• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগৰতলাত আটক ২৪ বাংলাদেশী নাগৰিক : ভাৰতৰ বিভিন্ন মাদ্ৰাছাত কৰি আছিল অধ্যয়ন

NE NOW NEWS পিনাকী দাস
আগৰতলা , May 11, 2018 1:23 pm

2 min read

Bangladeshi-570x320

বৃহস্পতিবাৰে আগৰতলা ৰে’ল ষ্টেশ্যনৰ পৰা ত্ৰিপুৰা আৰক্ষীৰ মোবাইল টাস্ক ফোৰ্চে ২৪ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ফটো : পিনাকি দাস

100
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ত্ৰিপুৰাৰৰ আগৰতলা ৰে’ল ষ্টেশ্যনত ত্ৰিপুৰা আৰক্ষীয়ে ২৪জন  বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত বাংলাদেশী কেইজন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে।

ত্ৰিপুৰা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ধৃত লোককেইজনৰ পৰা ভুৱা আধাৰ কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।  পশ্চিমবংগ, উত্তৰপ্ৰদেশ আৰু তামিলনাডুৰ পৰা এই আধাৰ কাৰ্ডসমূহ অনা হৈছিল।

আৰক্ষীৰ পৰ্যবেক্ষণত আধাৰ কাৰ্ডসমূহ ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।

ধৃত বাংলাদেশী কেইজনক জেৰা কৰাৰ বাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটি দল শুকুৰবাৰে গুৱাহাটীৰ পৰা আগৰতলালৈ ৰাওনা হয়।

জানিব পৰা মতে,  আটক কৰা বাংলাদেশী কেইজনে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছযোগে দিল্লীৰ পৰা আগৰতলাত আহি ৰাতিপুৱা উপস্থিত হোৱাৰ পিছতে সন্দেহৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে তালাচী চলায় আৰু বাংলাদেশী কেইজনক আটক কৰিবলৈ সক্ষম হয়।

উক্ত বাংলাদেশী লোককেইজনে ভাৰত-বাংলা সীমান্তৰে অবৈধভাৱে বাংলাদেশত প্ৰৱেশৰ বাবে আহিছিল। ধৃত বাংলাদেশী কেইজনে ভাৰতলৈ ভ্ৰমণৰ বাবে অহাৰ কোনো বাংলাদেশৰ নথি দেখুৱাব নোৱাৰিলে।

উক্ত বাংলাদেশী নাগৰিক কেইজনে উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু তামিলনাডুৰ বিভিন্ন মাদ্ৰাছাত অধ্যয়ন কৰি আছিল। পশ্চিমবংগৰ ভাৰত-বাংলা সীমান্তৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল।

ত্ৰিপুৰা আৰক্ষীৰ মোবাইল টাস্ক ফোৰ্চৰ দলে তেওঁলোকক জেৰা কৰাৰ অন্তত ৰে’ল আৰক্ষীক গটাই দিয়ে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd