DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ধেমাজি গ্ৰন্থ উৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2018 8:15 am
296
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰৰ পৰা ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে  ধেমাজি গ্ৰন্থ উৎসৱ। ৰাতিপুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি ড০ দীপক কুমাৰ নেওগ আৰু শ্বহীদ তৰ্পণ কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণৰঞ্জন চুতীয়াই। ইয়াৰ পাছতে গ্ৰন্থ উৎসৱৰ প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উন্নয়ন আয়ুক্ত ধৰ্মকান্ত মিলিয়ে। দুপৰীয়া অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই, আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

গ্রন্থ উৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হৈছে কেৰিয়াৰ আৰু বৌদ্ধিক দিশৰ লগত সম্পৰ্কিত কেইবাখনো আলোকচক্ৰ। আনহাতে উদ্‌যাপন সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰা হ’ব বিভিন্ন বিষয়ৰ পাঁচখনকৈ গ্ৰন্থ। ইতিমধ্যে উৎসৱস্থলীত ৬০ খন গ্ৰন্থ বিপণীকে ধৰি মুঠ ১০০ ৰো অধিক বিপণীর সমাহাৰ ঘটিছে। প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানৰ পাছত এক বিশাল গ্ৰন্থ শোভাযাত্ৰা  উলিয়াই।  এই গ্ৰন্থ শোভাযাত্ৰা উদ্বোধন কৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক নৰেন পাৱে।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd