DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা শংকৰদেৱ কলাক্ষেত্ৰত সংস্কাৰ ভাৰতী পূৰ্বোত্তৰৰ ভৰতমুনি নাট্য সমাৰোহ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 8:34 am
কলাক্ষেত্ৰ
153
VIEWS
Share on FacebookShare on Twitter

সংস্কাৰ ভাৰতীয় উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰ ‘সংস্কাৰ ভাৰতীয় পূৰ্বোত্তৰ’ৰ উদ্যোগত এইবাৰো ৪ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটী পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ ইণ্টাৰনেচনেল পেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘তৃতীয় ভৰতমুনি নাট্য সমাৰোহ’।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত শনিবাৰে ভৰতমুনি নাট্য সমাৰোহৰ আয়োজক সমিতিৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মাই কোৱা অনুসৰি দেওবাৰে সন্ধিয়া ৫.৩০ বজাত নাট্য সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব।  ইয়াৰ পাছতো সন্ধিয়া ৬ বজাৰ মণিপুৰৰ ট্ৰেজাৰ আৰ্ট এছ’চিয়েচনৰ মোহন যোশী ৰচিত আৰু চাজিদা চাজি পৰিচালিত হিন্দী নাট ‘তামাচা এ নৌতংকি মঞ্চস্থ হ’ব।

আনহাতে ৫ ফেব্ৰুৱাৰিৰ সন্ধিয়া ৪.৪৫ বজাত নগালেণ্ডৰ জ্যোতিষ্মান নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব ৰিপম ভৰদ্বাজ পৰিচালিত নাট ‘কেশৰী’।  সন্ধিয়া ৬.১৫ বজাত বেনাৰসৰ শ্ৰীনগৰ নাট্য মণ্ডলীৰ নিবেদিত অৰ্পিত শিধোৰ পৰিচালিত সংস্কৃত নাট ‘মধ্যম ব্যায়োগ’ মঞ্চস্থ হ’ব।  ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪.৪৫ বজাত গোৰখপুৰৰ নাট্য দল দৰ্পণে ৰামধাৰী সিং দিনকাৰ ৰচিত আৰু শান্ত কুমাৰ শ্ৰীবাস্তৱ পৰিচালিত হিন্দী নাট ‘ৰশ্মিৰথী’ আৰু সন্ধিয়া ৬.১৫ বজাত ত্ৰিপুৰাৰ কালচাৰেল কেম্পেইনে সঞ্জয় কৌৰ ৰচিত আৰু অৰূপ পাল পৰিচালিত বাংলা নাট ‘গুদ্দু গুদিৰ দুনিয়া’ মঞ্চস্থ কৰিব।

৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত অসমৰ ভইচ থিয়েটাৰ আৰু বি জালান প্ৰডাকচনে অতুল অশোকে অনুবাদ কৰা জিতেন শৰ্মা ৰচিত তথা মাণিক ৰয় পৰিচালিত হিন্দী নাট ‘শংকৰদেৱ’ মঞ্চস্থ কৰাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত মুম্বাইৰ নাট্যদল বিগ বেংগ থিয়েটাৰ ফাউণ্ডেচনে মুদ্ৰা ৰাক্ষস ৰচিত আৰু বিবেক উপাধ্যায় পৰিচালিত হিন্দী নাট ‘আলা আফচাৰ‘ মঞ্চস্থ কৰিব বুলি সংবাদমেলত সদৰী কৰে সভাপতি শৰ্মাই।

নাট্য সমাৰোহৰ আজি উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ পাল, প্ৰবীণ সাহিত্যিক কনকসেন ডেকা, সমাজধৰ্মী জি এল আগৰৱালা প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd