• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা আমগুৰিৰ হালোৱাটিঙত নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্ট†কাললৈ অৰ্থনৈতিক অৱৰোধ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 3, 2018 7:46 pm

2 min read

Protest Nagaland

আমগুৰিত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধত নামিল দল-সংগঠন।

91
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত অসমৰ মাটিত বি অ’ পি নিৰ্মাণত  নাগাই বাধা দিয়াক কেন্দ্ৰ কৰি পুনৰ জাঙুৰ খাই উঠিছে বিভিন্ন জাতীয় সংগঠন।

নগাৰ অবৈধ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙৰ সীমান্ত অঞ্চলত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত সীমান্ত পহৰা চকী পূৰ্ব নিৰ্ধাৰিত স্থানত শীঘ্ৰে স্থাপন কৰা, আমগুৰি সমষ্টিৰ অৰ্ন্তগত হালোৱাটিংস্থিত নাগালেণ্ড চে’কগেইটখন অতি শীঘ্ৰে নাগালেণ্ডৰ ভৌগোলিক সীমালৈ স্থানান্তৰ কৰা, অসমৰ মাটিত থকা নাগালেণ্ড চে’কগেইট উচ্ছেদ কৰা আৰু সীমান্ত ৰাইজৰ জীৱন আৰু সা-সম্পত্তি সুনিশ্চিত কৰাৰ দাবীত আজিৰ পৰা অসম-নগালেণ্ড সীমান্তৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমগুৰি চাহ বাগিচাৰ সমীপত নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী লৈছে আটাছু, আটছা, আহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ তাই যুৱ ছাত্ৰ পৰিষদ, তাইপা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

উল্লেখযোগ্য যে সীমান্তবাসী ৰাইজক নিৰাপত্তা দিয়াৰ অভিপ্ৰায়েৰে অসম-নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰত এটা সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই অনুমোদন কৰে। ফলত প্ৰস্তাৱিত এই সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানটোৱে হাবি-বন পৰিষ্কাৰ কৰিবৰ বাবে শ্ৰমিক নিয়োগ কৰিছিল। কিন্তু নাগা লোক ওলাই আহি বি অ’ পিটোৰ বাবে আৱণ্টিত উক্ত ভূমি তেওঁলোকৰ বুলি দাবী কৰি কৰ্মৰত শ্ৰমিকক কাম কৰাত বাধা দিয়ে। যাৰ পৰিণতিত স্থানীয় ৰাইজৰ লগতে কেইবাটাও জাতীয় সংগঠনে যোৱা ২৬ জুলাইত হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সীমান্তৰ এফ ছেক্টৰৰ উক্ত ভূমিতেই বি অ’ পি নিৰ্মাণৰ দাবী জনাইছিল।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd