DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তম শইকীয়া by উত্তম শইকীয়া
June 1, 2018 7:26 pm
Entrance
114
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা পৰ্যটকৰ কাৰণে বন্ধ কৰা হয়। আজি এক বিভাগীয় জাননী যোগে উদ্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই এই কথা জানিবলৈ দিয়ে।

ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ অক্টোবৰৰ পৰা খোলা হ’ব বুলি জাননীখনত লগতে জনোৱা হৈছে।

ইয়াৰ পূৰ্বে যোৱা ১ মে’ৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰা হৈছিল ৷ সাধাৰণতে প্ৰতি বছৰতেই বাৰিষাৰ আগমনৰ লগে লগেই কাজিৰঙাত পৰ্যটকৰ পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হয়।

বিভাগীয় তথ্য মতে ২০১৭ – ১৮ পৰ্যটন বৰ্ষত ৩১ মে’লৈকে কাজিৰঙালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ১,৯৭,৭৬৪ গৰাকী পৰ্যটক আহিছিল ৷ ইয়াৰে ১,৮৯,১৯৯ গৰাকী দেশীয় পৰ্যটক হোৱাৰ বিপৰীতে ৮,৫৬৯ গৰাকী আছিল বিদেশী পৰ্যটক ।

পৰ্যটকৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে বছৰটোত ৫,৭৬,২১,৮০৫ টকাৰ ৰাজহ লাভ কৰিছিল বুলি বিভাগটোৰ ফালৰ পৰা জনোৱা হৈছে ৷

আনহাতে ২০১৬-১৭ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১,৭৮,৫৫৮ গৰাকী পৰ্যটক আহিছিল, ইয়াৰ ভিতৰত ১,৭০,৭১৫ গৰাকী ভাৰতীয় আৰু ৭,৮৪৩ গৰাকী বিদেশী পৰ্যটক আছিল ৷ উক্ত বৰ্ষত বিভাগটোৱে ৫,৪০,৭৯,৯২৯ টকাৰ ৰাজহ লাভ কৰিছিল ৷

মন কৰিব লগীয়া যে, যোৱাটো বৰ্ষৰ তুলনাত ২০১৭ – ১৮ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ১৯,২১০ গৰাকী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ৩,৫৪,১,৮৭৯ টকাৰ অধিক ৰাজহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে লাভ কৰিবলৈ সক্ষম হৈছে ৷

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd