• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি দাখিল কৰিব চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2018 1:56 pm

1 min read

Bhaskar Kalita

৪ মে'ত চহিদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতা

98
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰত চি আৰ পি এফ আৰু আৰক্ষীৰে আলফা (স্বাঃ)ৰ চলা সংঘৰ্ষত চহিদ হোৱা বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন আজি দাখিল কৰিব।

চহিদ ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তদন্তকাৰী বিষয়া সঞ্জয় কৃষ্ণই আজি ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাই উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত পিন্ধা বুলেটপ্ৰুফ জেকেট অতি নিম্নমানৰ বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হোৱাৰ পাছতে ৰাজ্য চৰকাৰে সমস্ত ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

মে’ মাহৰ ৪ তাৰিখতে আলফা (স্বাঃ)ৰে হোৱা সংঘৰ্ষত বুলেট প্ৰুফ জেকেট ভেদি বুকুত গুলী লাগি প্ৰাণ আহুতি দিয়া বীৰ চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ প্ৰায় ৩ মাহ পাছত আজি দাখিল কৰিবলগীয়া প্ৰতিবেদনত কি তথ্য প্ৰকাশ পায় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd