DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি দৰঙৰ ফুহুৰাতলী চাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

এন ই নিউজ ব্যুৰো, মঙলদৈ : by এন ই নিউজ ব্যুৰো, মঙলদৈ :
November 24, 2017 7:13 am
মঙলদৈৰ ফুহুৰাতলীত চলা উচ্ছেদ অভিযানৰ এটা দৃশ্য।

মঙলদৈৰ ফুহুৰাতলীত চলা উচ্ছেদ অভিযানৰ এটা দৃশ্য।

134
VIEWS
Share on FacebookShare on Twitter

নিজৰ ঘৰৰ পৰা খেতিপথাৰলৈ বুলি ওলাই যোৱা এগৰাকী কৃষক আনন্দ দাস দুদিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত বৃহস্পতিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাত গোটেই দৰং জিলাতে উত্তেজনাই বিৰাজ কৰিছিল। একাংশ সন্দেহজনক লোকে কৃষকগৰাকীক হত্যা কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্তত অঘটন ঘটাৰ আশংকা কৰি আৰক্ষী তথা জিলা প্ৰশাসন সষ্টম হৈ আছে। দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ কুৰুৱাত সংঘটিত এই হত্যাকাণ্ডৰ পিছতে একাংশ উত্তেজিত লোকে সন্দেহজনক বুলি ধাৰণা কৰা লোকৰ ঘৰত আক্ৰমণ কৰে। আক্ৰমণকাৰীসকলে বহুতো ঘৰ ভাঙি পেলায়।

আজি দীৰ্ঘদিন ধৰি দৰং জিলাৰ কুৰুৱাৰ ফুহুৰাতলী চাপৰিত প্ৰায় ৩০০০ বিঘা মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ মাজতে আনন্দ দাস নামৰ কৃষকগৰাকী হঠাৎ নিৰুদ্দেশ হয় আৰু এদিন পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

কৃষক আনন্দ দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে এই বেদখলকৃত ৩০০০ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ দিছিল। কিন্তু আজি হঠাৎ জিলা উপায়ুক্তগৰাকীয়ে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী লগত লৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলায়। উপায়ুক্তগৰাকীয়ে আজি মুঠতে ২০০০ বিঘা মাটিত উচ্ছেদ চলিব বুলি জানিব দিয়ে। কুৰুৱাৰ ফুহুৰাতলী চাপৰিৰ বেদখলসমূহ এই উচ্ছদ অভিযানে সামৰি ল’ব।

Recent News

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

চৰকাৰেই জগৰীয়া; উন্নয়নৰ নামত কৰা অপৰিকল্পিত কামৰ বাবেই গুৱাহাটীত মৃত্যু ছাত্ৰী প্ৰিয়া কুমাৰীৰ: ডি ৱাই এফ আই

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd