• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি বহাগৰ প্রথমটো বুধবাৰ : মাজুলীত উদযাপিত দেউৰী সকলৰ ‘ইবাঁকু বিচু’

মিণ্টু খাটনিয়াৰ by মিণ্টু খাটনিয়াৰ
April 18, 2018 11:28 am
DeuriBihu_Main
433
VIEWS
Share on FacebookShare on Twitter

আজি বহাগৰ প্রথমটো বুধবাৰ। অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে আজিৰ দিনটোতে উদযাপন কৰে তেওঁলোকৰ বসন্ত উৎসৱ বা বিহু ইবাঁকু বিচু । মাজুলীতো আজি এই বিচু উপলক্ষে মাজৰ দেউৰী, বালি দেউৰী, শ্রীৰাম দেউৰী গাওঁ আদি স্থানত অতি উলহ-মালহেৰে বিচু বা বিহু উদযাপন কৰিছে।

ঘৰৰ মুৰব্বীজনে পৰিয়ালৰ মৃতকসকলৰ পিণ্ড দান কৰাৰ অন্তত ইজনে সিজনৰ ঘৰলৈ গৈ বিচুৰ শুভেচ্ছা জনাই পৰম্পৰাগত কাজি আৰু চুঁজে খোৱাৰ পৰ্ব আৰম্ভ কৰে। মহিলা সকলে কণী যুঁজ খেলাৰ উপৰি বোকা খেলত ভাগ লয়।

DeuriBihu
ইবাঁক বিচু উপলক্ষে কণীযুঁজ খেলিছে দুগৰাকী যুৱতীয়ে। মাজুলীত, বুধবাৰে। ফটো : মিণ্টু খাটনিয়াৰ।

আজিৰ দিনটোতে দেউৰী সকলে চুৰিয়া পিন্ধোৱা নামৰ এক অনুষ্ঠানো পালন কৰে। পৰম্পৰা অনুসৰি যৌৱনৰ দুৱাৰডলিত ভৰি দিয়া তেৰ-চৈধ্য বছৰীয়া ল’ৰাক চুৰিয়া পিন্ধোৱা হয়। চুৰিয়া পিন্ধোৱা সকলক আজিৰ দিনটোৰ পৰাই ডেকা হিচাপে স্বীকৃতি দিয়ে।

বিচুত অংশ লোৱা লোকসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ মুখিয়ালজনৰ ঘৰত বিচু বা বিহু মাৰে। ইয়াৰ পিছত গাঁওখনৰ পূবৰ পৰা পশ্চিমলৈ প্রতিঘৰতে বিচু মাৰি গাঁৱৰ মূৰৰ মুকলি পথাৰত বিহুৰ বিদায় জনায়।

বিচুত দেউৰী সকলে দুৰুম, ককিলি, দেনটৌ, টকামাৰি, তাল আদি বাদ্যযন্ত্র ব্যবহাৰ কৰে। আৱৰব, হুৰাই, ৰাঙলী, লহৰীয়া, চিলাম-চিলাম, অটু চাপৰি, দেমা আদি নৃ্ত্য প্রদৰ্শন কৰে। মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম আকৰ দেউৰী সকলৰ লোকসংস্কৃতিৰ অন্যতম অংগ বিচুৰ আনন্দই মাজুলীৰ আকাশ বতাহ ৰঙীন কৰি তুলিছে।

 

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd