• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বহাগৰ প্রথমটো বুধবাৰ : মাজুলীত উদযাপিত দেউৰী সকলৰ ‘ইবাঁকু বিচু’

মিণ্টু খাটনিয়াৰ by মিণ্টু খাটনিয়াৰ
April 18, 2018 11:28 am
DeuriBihu_Main
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বহাগৰ প্রথমটো বুধবাৰ। অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে আজিৰ দিনটোতে উদযাপন কৰে তেওঁলোকৰ বসন্ত উৎসৱ বা বিহু ইবাঁকু বিচু । মাজুলীতো আজি এই বিচু উপলক্ষে মাজৰ দেউৰী, বালি দেউৰী, শ্রীৰাম দেউৰী গাওঁ আদি স্থানত অতি উলহ-মালহেৰে বিচু বা বিহু উদযাপন কৰিছে।

ঘৰৰ মুৰব্বীজনে পৰিয়ালৰ মৃতকসকলৰ পিণ্ড দান কৰাৰ অন্তত ইজনে সিজনৰ ঘৰলৈ গৈ বিচুৰ শুভেচ্ছা জনাই পৰম্পৰাগত কাজি আৰু চুঁজে খোৱাৰ পৰ্ব আৰম্ভ কৰে। মহিলা সকলে কণী যুঁজ খেলাৰ উপৰি বোকা খেলত ভাগ লয়।

Apply Now
DeuriBihu
ইবাঁক বিচু উপলক্ষে কণীযুঁজ খেলিছে দুগৰাকী যুৱতীয়ে। মাজুলীত, বুধবাৰে। ফটো : মিণ্টু খাটনিয়াৰ।

আজিৰ দিনটোতে দেউৰী সকলে চুৰিয়া পিন্ধোৱা নামৰ এক অনুষ্ঠানো পালন কৰে। পৰম্পৰা অনুসৰি যৌৱনৰ দুৱাৰডলিত ভৰি দিয়া তেৰ-চৈধ্য বছৰীয়া ল’ৰাক চুৰিয়া পিন্ধোৱা হয়। চুৰিয়া পিন্ধোৱা সকলক আজিৰ দিনটোৰ পৰাই ডেকা হিচাপে স্বীকৃতি দিয়ে।

বিচুত অংশ লোৱা লোকসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ মুখিয়ালজনৰ ঘৰত বিচু বা বিহু মাৰে। ইয়াৰ পিছত গাঁওখনৰ পূবৰ পৰা পশ্চিমলৈ প্রতিঘৰতে বিচু মাৰি গাঁৱৰ মূৰৰ মুকলি পথাৰত বিহুৰ বিদায় জনায়।

বিচুত দেউৰী সকলে দুৰুম, ককিলি, দেনটৌ, টকামাৰি, তাল আদি বাদ্যযন্ত্র ব্যবহাৰ কৰে। আৱৰব, হুৰাই, ৰাঙলী, লহৰীয়া, চিলাম-চিলাম, অটু চাপৰি, দেমা আদি নৃ্ত্য প্রদৰ্শন কৰে। মাজুলীৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম আকৰ দেউৰী সকলৰ লোকসংস্কৃতিৰ অন্যতম অংগ বিচুৰ আনন্দই মাজুলীৰ আকাশ বতাহ ৰঙীন কৰি তুলিছে।

 

মিণ্টু খাটনিয়াৰ

মিণ্টু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd