• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি মে-দাম-মে-ফি : প্ৰথমবাৰৰ বাবে চৰকাৰৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয়ভাৱে উদযাপিত

NE NOW NEWS
গুৱাহাটী , January 31, 2018 8:43 am

2 min read

me-dam-me-fi
915
VIEWS
Share on FacebookShare on Twitter

আজি আহোমসকলৰ পূৰ্বপুৰুষ বা মৃত পুলিন-পুথাওসকলক সুঁৱৰি কৰা বছৰেকীয়া সমজুৱা সকাম মে-দাম মেফি। ৰাজ্যখনৰ বিভিন্ন ঠাইত আড়ম্বৰপূৰ্ণভাৱে এই সকাম পাতিছে সম্প্ৰদায়টোৰ লোকসকলে। আজিৰ দিনটোত সম্প্ৰদায়টোৰ মাজত প্ৰচলিত বিশ্বাস অনুসৰি পুলিন-পুথাওসকলক (তেওঁলোকৰ স্বৰ্গগত আত্মাক) আগ বঢ়োৱা হ’ব পূজা-অৰ্চনা।

বিগত বছৰবোৰৰ দৰে মে-দাম-মে-ফিত এইবাৰো পুলিন-পুথাওসকলক পূজা-অৰ্চনা আগ বঢ়োৱাৰ সমান্তৰালভাৱে লোৱা হৈছে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীও। আহোমসকলে নিজৰ ভাষা-সংস্কৃতিক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰি থকাৰ প্ৰয়াস এই কাৰ্য্যসূচীবোৰৰ মাজেৰে প্ৰতিফলিত হোৱা দেখা যায়।

আনহাতে এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে আন্তঃৰাষ্ট্ৰীয় মে-দাম-মে-ফি উদযাপন কৰিছে। এই উপলক্ষে মহানগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহৎ পৰিসৰৰ কাৰ্য্যসূচী লোৱা হৈছে চৰকাৰৰ উদ্যোগত। ইয়াত বিদেশৰো প্ৰতিনিধি উপস্থিত থকাৰ কথা। চৰকাৰৰ সূত্ৰই জনোৱা মতে ইয়ালৈ থাইলেণ্ড, লাওচ আৰু ম্যানমাৰৰ পৰাও সাংস্কৃতিক দল আহিব আৰু কাৰ্য্যসূচী প্ৰদৰ্শন কৰিব। সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ’ব বিয়লি ৪-৩০ ৰ পৰা ৮-৩০ লৈ।

চৰকাৰৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মে-দাম-মে-ফিত মুখ্য অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ লগতে ৰাজ্যৰ কেইবাজনো মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত থাকিব। সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে ৰাজ্যৰ কেইবাজনো বিশিষ্ট সাংবাদিকক।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd