DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আটাল লক্ষীপথাৰ গাৱঁত ভয়ংকৰ অগ্নিকাণ্ডই গ্ৰাস কৰিলে বাসগৃহ

দেৱজিৎ গগৈ by দেৱজিৎ গগৈ
January 24, 2018 11:54 am
জুয়ে গ্ৰাস কৰা ঘৰটো।

জুয়ে গ্ৰাস কৰা ঘৰটো।

215
VIEWS
Share on FacebookShare on Twitter

ঘৰত শিশুৱে হাতত চাকি লৈ কাপোৰ বিচাৰি ফুৰোতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি সমগ্ৰ ঘৰটোৱেই ভস্মীভূত হোৱাৰ ঘটনা ঘটিছে চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত আটাল লক্ষীপথাৰ গাৱঁত। জানিব পৰামতে গাওঁখনৰ নিৱাসী গুনীন লাহনৰ বাসগৃহত কালি সন্ধিয়া ৫.৩০ মান এই ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ ফলত তেওঁৰ বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।

সূত্ৰটোৱে জনোৱা মতে ঘৰত মাক-বাপেকৰ নথকা অৱস্থাত সৰু ল’ৰাটোৱে হাতত চাকি লৈ গৰম কাপোৰ বিচাৰিছিল। আৰু তেনেকুৱাতে অসাৱধানতাৱশতঃ আঠুৱাত চাকিটোৰ পৰা জুই লাগে। সেই জুয়েই পিছত সমগ্ৰ ঘৰটো আগুৰি ধৰে। অৱশ্যে এই অগ্নিকাণ্ডত কথমপি সেই কণমানিটো ৰক্ষা পৰে।

ঘৰৰ গৃহস্থই জানিবলৈ দিয়া মতে ঘৰৰ ভিতৰত থকা সকলো বস্তু-বাহানি তথা নথি-পত্ৰৰ লগতে বন্ধন বেংকৰ পৰা ঋণ লোৱা ত্ৰিচ হাজাৰ(৩০,০০০) টকা আৰু প্ৰায় পাঁচ লাখৰো অধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।

স্থানীয় ৰাইজ তথা ঘৰৰ গৃহস্থই পানী ঢালি জুই নুমুওৱাৰ চেষ্টা কৰিছিল যদিও সেয়া অসাৰ প্ৰতিপন্ন হয়।

আনহাতে স্থানীয় ৰাইজে জনোৱা মতে সেই অঞ্চলটোত বৰ্তমান সময়লৈকে অগ্নি নিৰ্বাপক বাহিনীৰ কোনো ব্যৱস্থা নাই তথা অগ্নি নিৰ্বাপক গাড়ী আহিব পৰাকৈ ৰাস্তা-ঘাটৰ অৱস্থাও উন্নত নহয়।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd