• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰী ৰাকেশ ব্ৰহ্মৰ শাস্তিৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 10, 2018 7:45 pm
IMG-20180510-WA0012
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আত্মসমৰ্পণকাৰী এন ডি এফ বি সদস্য দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত সদৌ আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থা আৰু দৰেন্দ্ৰ বসুমতাৰীৰ পৰিয়ালৰ লোকে কোকৰাঝাৰত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে ২০১৬ চনৰ ৩১ ডিচেম্বৰতে দৰেন্দ্ৰ বসুমতাৰীক তেওঁৰে সতীৰ্থ ৰাকেশ ব্ৰহ্মই নৃশংসভাৱে হত্যা কৰিছিল। আৰু আজি হত্যাকাৰী ৰাকেশ ব্ৰহ্মক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ জিলা আদালতৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।

Apply Now

আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থা আৰু দৰেন্দ্ৰ বসুমতাৰীৰ পৰিয়ালৰ প্ৰায় ১০০ জনৰো অধিক প্ৰতিবাদকাৰীয়ে হাতে বাতে পোষ্টাৰ বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে আদালত চৌহদ উত্তপ্ত কৰি তোলে।

উল্লেখযোগ্য যে ২০১৬ চনৰ ৩১ ডিচেম্বৰৰ দিনা কোকৰাঝাৰ চহৰৰ চুডেমপুৰীস্থিত এন ডি এফ বিৰ আত্মসমৰ্পণকাৰী শিবিৰত ৰাকেশ ব্ৰহ্মই নৃশংসভাৱে দৰেন্দ্ৰ বসুমতাৰীক গুলীয়াই হত্যা কৰিছিল।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰাকেশ ব্ৰহ্মক আটক কৰে আৰু তেওঁৰ পিষ্টলটোও জব্দ কৰে। কিন্তু কিছুদিন পাছতেই অভিযুক্ত ব্ৰহ্ম জামিন পাই মুক্ত আকাশৰ তলত আহে। উল্লেখ্য যে ৰাকেশ ব্ৰহ্ম আৰু দৰেন্দ্ৰ বসুমতাৰীয়ে ২০০৬ চনত সংগঠনটোৰ পৰা আত্মসমৰ্পণ কৰি মূল সুতিলৈ ঘূৰি আহিছিল।

ইফালে ৰাকেশ ব্ৰহ্মৰ পৰিয়ালৰ লোকে চৰকাৰ তথা কোনো দল সংগঠনৰে পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

মৃত দৰেন্দ্ৰৰ পত্নী উদাংশ্ৰী ব্ৰহ্মই তেওঁৰ স্বামীৰ হত্যাকাৰীক মৃত্যুদণ্ড বা যাবৎজীৱন শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। তেওঁ লগতে কয় যে আমি এতিয়ালৈ কাৰোৰে পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই।

মনকৰিবলগীয়া যে ৭ বছৰীয়া ছোৱালীজনীৰ সৈতে মৃত ব্ৰহ্মৰ পত্নীয়ে পৰিয়াল চলোৱাত বিভিন্ন আৰ্থিক সমস্যাত ভুগিবলগীয়া হৈছে।

আনহাতে সদৌ আত্মসমৰ্পণকাৰী এন ডি এফ বি সন্থাৰ সাধাৰণ সম্পাদক ৰজনী নাৰ্জাৰীয়ে দৰেন্দ্ৰ বসুমতাৰীৰ হত্যাকাৰী ৰাকেশ ব্ৰহ্মক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd