• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনন্দৰাম বৰুৱা একাডেমীয়ে ব্যক্তিগত প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ালে বিভিন্ন বিষয়ক পাঠ্যপুথি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 17, 2018 9:18 am
Representstive Image
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ পাঠশালাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত এই বছৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰকাশ কৰি উলিয়াইছে পাঠ্যপুথি।

উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমীয়ে অষ্টম শ্ৰেণীলৈকে প্ৰকাশ কৰি উলিওৱা পাঠ্যপুথি ইতিমধ্যে ৰাজ্যৰ ১৫০ খন  বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

Apply Now

শিক্ষানগৰীলৈ ৰপান্তৰিত হোৱা পাঠশালা চহৰত আজিৰ পৰা কিছু বছৰ পূৰ্বে স্থাপিত হোৱা আনন্দৰাম বৰুৱা একাডেমীয়ে ইতিমধ্যে এনেকুৱা পদক্ষেপৰ বাবে ৰাজ্যৰ শিক্ষামহলত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

আনন্দৰাম বৰুৱা একাডেমী সম্পৰ্কে ৰাজ্যবাসীক নতুনকৈ কোৱাৰ প্ৰযোজনীয়তা নাই। কিয়নো এই শিক্ষানুষ্ঠানখনৰ পৰা বিগত কিছুবছৰৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট উন্নতমানৰ ফলাফল প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

স্মৰ্তব্য যে বৰ্তমান এই বিদ্যালয়খনত প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক-স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ লগতে সকলো ধৰণৰ শৈক্ষিক সুবিধা প্ৰদান কৰা হয়।

পাঠ্যপুথি প্ৰকাশৰ বাবে বিদ্যালয়খনে ২০১৪ চনত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল। বিদ্যালয়খনে কিছু বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠ্যপুথি প্ৰস্তুত কৰি প্ৰকাশ কৰিছিল।

২০১৫ চনত তেওঁলোকে বিভিন্ন শ্ৰেশীৰ মুঠ ১৪ টা বিষয়ৰ পাঠ্যপুথি প্ৰকাশ কৰি উলিয়াইছিল। ২০১৬ চনত প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে ইংৰাজী, অসমীয়া, হিন্দী, গণিট, পৰিৱেশ বিজ্ঞান, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিষয়ৰ পাঠ্যপুথি প্ৰকাশ কৰিছিল।

বৰ্তমান এই শিক্ষানুষ্ঠানখনে সকলো শ্ৰেণীৰ বাবে সৰ্বমুঠ ৭৪ টা বিষয়ত পাঠ্যপুথি প্ৰকাশ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰায় সংখ্যক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে অসম জাতীয় বিদ্যালয়ৰ পৰা পাঠ্যপুথি সংগ্ৰহ কৰা দেখা গৈছিল।

মন কৰিবলগীয়া যে প্ৰত্যেক বছৰে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ সময়ত ৰাজ্যত ব্যাপকভাবে পাঠ্যপুথিৰ নাটনি হোৱা পৰিলক্ষিত হয়। যাৰ ফলত এই শিক্ষানুষ্ঠানখনে পাঠ্যপুথি বিতৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। কিন্তু এইবেলি শিক্ষানুষ্ঠানখনে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ছয়লাখ পাঠ্যপুথি প্ৰকাশ কৰি উলিওৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠ্যপুথিৰ পৰা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষানুষ্ঠানখনৰ মুৰব্বী ড০ ৰঞ্জিত ডেকাই।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd