• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ-ফুড গ্ৰেইনচ টেকনো এক্সপ’ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2018 9:28 pm

1 min read

আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ-ফুড গ্ৰেইনচ টেকনো এক্সপ’ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ
121
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে মণিৰাম দেৱান  অন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত অসমত প্ৰথম বাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’ ২০১৮ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উল্লেখযোগ্য যে অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েশ্যন আৰু অল আচাম ৰাইচ মিলাৰ এছ’চিয়েশ্যনৰ যুটীয়া উদ্যোগত আয়োজন কৰা দেশৰ ১৫ সংখ্যক তথা অসমত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় মোকাম্বিকা ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’ আয়োজন কৰা হয়।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সোণোলৱালে কয় যে কৃষিৰ ওপৰতে আমাৰ ৰাজ্যৰ অৰ্থনীতি নিৰ্ভৰশীল। গতিকে ৰাইচ আৰু ফুড গ্ৰেইনচ টেকনো এক্সপ’এ ৰাজ্যখনৰ বিশাল কৃষি সম্ভাৱনীয়তাক বিকশাই তুলিব।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েচন আৰু আচাম ৰাইচ মিলাৰ এছ’চিয়েচনৰ অংশীদাৰসকলক আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগেৰে কৃষি খণ্ডত থকা সম্ভাৱনীয়তাক বিকশাই তোলাৰ বাবেও আহ্বান জনায়।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা উদ্যোগপতি সকলক ৰাজ্যৰ কৃষি খণ্ডত বিনিয়োগৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

আজিৰ অনুষ্ঠানত অল ইণ্ডিয়া ৰাইচ মিলাৰছ এছ’চিয়েচন অধ্যক্ষ জি বি ৰাও, সভাপতি দৰ্শন খৈনী, উপ-সভাপতি যোগেশ আগৰৱালা, সদৌ অসম ৰাইচ মিলাৰছ এছ’চিয়েচনৰ সভাপতি আৰ কে বাজাজ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তি সকল উপস্থিত আছিল।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd