• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনৰ লিগেচী ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ৰহাৰ দুটা পৰিয়াল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 8:01 am
NRC

প্ৰতিনিধিত্বমূলক চিত্ৰ

96
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণত পোহৰলৈ আহিছে এটাৰ পাছত আন এটা ভয়ংকৰ জালিয়াতি। আনৰ লিগেচী ব্যৱহাৰ কৰি আৰক্ষীৰ জালত দুটাকৈ পৰিয়াল। ৰহাৰ বাৰপূজীয়া উন্নয়ন খণ্ডত বংশবৃক্ষ পৰীক্ষণৰ সময়ত পোহৰলৈ আহিছে এই তথ্য।

মৰিগাঁও জিলাৰ পকৰীয়া কৰৈগুৰিৰ শুকুৰ আলী নামৰ লোকজনৰ পৰিয়ালে লাহৰীয়াটৰ বোকানি মৌজাৰ গৰিয়াগাঁৱৰ আব্দুল জব্বৰৰ ২৭০০০০৮০৯৪৯ নম্বৰৰ লিগেচীখন ব্যৱহাৰ কৰিছিল।

কিন্তু সোমবাৰে ৰহাৰ বাৰপূজীয়াৰ কপিলী উন্নয়ন খণ্ডৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত নথি-পত্ৰ পৰীক্ষা কৰোতে আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰা কথাটো পোহৰলৈ আহে।

আব্দুল জব্বৰৰ লিগেচীৰ লগত দুয়োটা পৰিয়ালে দিয়া লিগেচী একে হোৱাৰ লগতে আব্দুল জব্বৰে দুয়োটা পৰিয়ালক চিনি নোপোৱাত ওলাই পৰে জালিয়াতিৰ তথ্য।

এক হুলস্থূল পৰিৱেশৰ সৃষ্টি হয় এন আৰ চি কেন্দ্ৰটোত। এন আৰ চি কেন্দ্ৰ কৰ্তৃপক্ষই দুয়োটা পৰিয়ালকে পুনৰ নাগৰিকত্বৰ প্ৰমাণ দিবলৈ সময় সীমা বান্ধি দিয়ে।

উল্লেখ্য যে ২৭০০০০৮০৯৪৯ নম্বৰৰ লিগেচীখন ২০টা পৰিয়ালে বংশবৃক্ষৰ লিগেচী হিচাপে দাখিল কৰিছে। কেন্দ্ৰসমূহত চলি থকা বংশবৃক্ষ বিশদ পৰীক্ষাৰ পাছত বহু জালিয়াতিৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd