• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মেঘালয়ত আনৰ সহায়ত অন্যায়ভাৱে ক্ষমতা দখল কৰিছে বিজেপিয়ে:ৰাহুল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 11:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত মাত্ৰ দুখন আসন লাভ কৰিয়েই মেঘালয়ত চৰকাৰ গঠন কৰা বিজেপিক ক্ষমতালোভী আখ্যা দি জনাদেশক অৱমানা কৰা বুলি তীক্ষ্ন ভাষাৰে সমালোচনা কৰিছে ভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে।

গান্ধীয়ে গেৰুৱা দলটোক আনৰ বোকোচাত উঠি ক্ষমতালৈ অহা বুলি দোষাৰোপ কৰিছে।

Apply Now

নিজৰ আনুষ্ঠানিক টুইটাৰ একাউন্টৰ পৰা কৰা এটি টুইটৰ যোগেদি গান্ধীয়ে কৈছে যে মাত্ৰ দুখন আসন লাভ কৰা বিজেপিয়ে মেঘালয়ত আনৰ সহায়ত অগণতান্ত্ৰিকভাৱে  অন্যায়ভাৱে ক্ষমতা দখল কৰিছে। মণিপুৰ আৰু গোৱাৰ দৰেই গেৰুৱা দলটোৱে মেঘালয়ৰ ক্ষেত্ৰতো জনাদেশ উলংঘা কৰিছে আৰু ক্ষমতাৰ ৰাগিত অন্ধ গৈ ক্ষমতা দখলকেই একমাত্ৰ লক্ষ্য কৰি লোৱা বিজেপিয়ে ধনবলৰেৰে এক সুবিধাবাদী মিত্ৰজোঁট গঠন কৰিছে  বুলি কংগ্ৰেছৰ সভাপতিজনে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কংগ্ৰেছ দলটোৱে মেঘালয়ত  সংখ্যাগৰিষ্ঠ দল হিচাপে জয়লাভ কৰিছিল যদিও  চৰকাৰ গঠনৰ লক্ষ্য সংখ্যা লাভ কৰা নাছিল। কিন্তু বেলেগে বেলেগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলসমূহক নিজৰ পক্ষলৈ আনি চৰকাৰ গঠন কৰাৰ বাবে আৱশ্যকীয় ৩১খন আসনৰ মিত্ৰজোঁট গঠন কৰাত সফল হৈছিল  বিজেপি।

পূৰ্বেও যোৱা বছৰত অনুষ্ঠিত হোৱা গোৱা আৰু মণিপুৰৰ নিৰ্বাচনৰ দৃশ্যপট ক্ষেত্ৰতো অনুৰূপ আছিল। কোনোটো দলে চৰকাৰ গঠনৰ বাবে আৱশ্যকীয় সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল ।যদিও কংগ্ৰেছ সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল তথাপি চৰকাৰ গঠনৰ বাবে সমৰ্থন আদায় কৰাত ব্যৰ্থ হৈছিল।

এইবাৰ মেঘালয়তো বিজেপিৰ নিখুঁট পৰিকল্পনাৰ ওচৰত কংগ্ৰেছ দল পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল।

প্ৰণিধানযোগ্য যে চৰকাৰ গঠনৰ দাবীলৈ কনৰাড কে ছাংমাই সোমবাৰে ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰিছিল।

‘নেডা’ৰ  আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাসহ ভালে কেইগৰাকী শীৰ্ষস্থানীয় বিজেপি নেতাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি এটি সূত্ৰত প্ৰকাশ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd