• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপাতকালীন সময়ত ল’বলগীয়া সাৱধানতাৰ ওপৰত গুৱাহাটীত অনুষ্ঠিত হয় এখন কৰ্মশালা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2018 10:16 am
বৃটিছ উপ-উচ্চায়ুক্ত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ(ম) জিলা দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষ আৰু বৃটিছ ডেপুটি হাই কমিছন, কলকাতাৰ যৌথ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ এখন হোটেলত দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতা তথা কিদৰে ক্ষীপ্ৰ গতিত সহায় আগবঢ়াব পাৰি তাৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ৰক্ষী তথা তথ্য আৰু জনসংযোগ বিভাগৰ অধ্যক্ষ ৰাজীৱ প্ৰকাশ বৰুৱাই  আপাতকালীন পৰিৱেশৰ সময়ত অসমৰ SDRF, NDRF আরু আৰক্ষীৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগৰ গুৰুত্বৰ বিষয়ে মত আগবঢ়াই। তেওঁ লগতে কয় যে যোৱাবছৰ বাৰিষা কালত  কত্রিম বানপানীৰ সময়ত দুর্ভোগ ভোগা মহানগৰীৰ জনতাক কামৰূপ(ম) জিলা দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষই যথেষ্ট সফলতাৰে দায়িত্ব পালন কৰিছে।

Apply Now

‘অসম ৰাজ্যিক দুৰ্যোগ ব্যবস্থাপনা কৰ্তৃপক্ষ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ কৰ্তৃপক্ষ’  এই বুলিও মন্তব্য কৰে বৰুৱাই।

ইফালে গুৱাহাটী(ম)ৰ অতিৰিক্ত উপায়ুক্ত পুলক মহন্তই আৰম্ভণি অনুষ্ঠানৰ ভাষণ প্ৰসংগত কৰ্মশালাখন আয়োজন কৰাৰ বাবে আগবাঢ়ি অহা বৃটিছ ডেপুটি হাই কমিছন, কলকাতাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কামৰূপ (ম) জিলাৰ ১৮০০ শ শিক্ষকক নিজৰ নিজৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক যিকোনো সময়ত উদ্ভৱ হ’ব পৰা আপাতকালীন পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে প্ৰশিক্ষণ দিয়া হৈ আছে বুলিও মহন্তই জনায়।

ভূমিকম্প, বানপানী, ধুমুহা আদিৰ দৰে আপাতকালীন পৰিস্থিতিৰ সন্মুখীন হোৱাটো ৰাজ্য এখনৰ বাবে মহত্বপূৰ্ণ অংগ। আৰু এই আপাতকালীন পৰিস্থিতিৰ পৰা কিছু পৰিমাণে পৰিত্ৰাণ পাবলৈ হ’লে এইদৰে কৰ্মশালাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি সঞ্জীবিতা মেকড’নাল্ড টেৰিয়েং সেন, বৃটিছ ডেপুটি হাই কমিছন, কলকাতাৰ উপ-উচ্চায়োগগৰাকীয়ে মন্তব্য কৰে।

আনহাতে কৰ্মশালাখনত SDRFৰ দ্বিতীয় কামাণ্ড আৰ এছ গীলে মন্তব্য কৰে যে ২০০৬ চনৰ জন্মলগ্নৰে পৰা বাহিনীটোৱে উদ্ভৱ হোৱা দেশৰ সকলো আপাতকালীন সময়তে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ‘বানপানী, খহনীয়া আদিৰ পৰা  উদ্ধাৰ কৰাৰ বাবে SDRF বাহিনী যথেষ্ট সক্ষম’ এই মন্তব্য এছ গীলৰ।

কৰ্মশালাখনৰ জৰিয়তে গোটেই কেইটা বাহিনীৰ মাজত একতাৰ ভাব জন্মাৰ উপৰি নিজৰ নিজৰ অভিজ্ঞতা সমূহ আদান প্ৰদানৰ জৰিয়তে ভৱিষ্যতত দুৰ্যোগ বিভাগ কেইটাই অধিক সক্ৰিয়তাৰে কাম কৰাৰ প্ৰেৰণা পাব বুলি উদযাপন সমিতিয়ে ধাৰণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd