• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আবকাৰী মন্ত্ৰীয়ে নিজেই ৰোলাৰ চলাই চূৰ্ণাকৃত কৰিলে অবৈধ সুৰাৰ বটল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2018 5:35 pm

1 min read

Bottles of wine

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অবৈধ সুৰাৰ বটলৰ ওপৰেৰে ৰোলাৰ চলোৱাৰ দৃশ্য। ফটো : য়ু বি।

80
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ গড়চুকত আজি বহু পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা সুৰাৰ বটল ধ্বংস কৰা হয়। ধ্বংস কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজেই শ শ বটলৰ ওপৰত ৰোলাৰ চলাই।

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে শাসনলৈ অহাৰ পিছতে সুৰাৰ বিক্ৰীৰ পৰা ৰাজহ বৃদ্ধিৰ চেষ্টা কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাৰ প্ৰচলনত কঠোৰ দৃষ্টি ৰাখিছে। অবৈধ সুৰাৰ পৰা যাতে চৰকাৰৰ ৰাজহ নেহেৰায়, তাৰ বাবে আবকাৰী বিভাগে বিভিন্ন সময়ত অবৈধ সুৰা জব্দ কৰি আহিছে।

কিন্তু আজি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অবৈধ সুৰাৰ বটলৰ ওপৰত নিজে ৰোলাৰ চলাই আন এক নজিৰ স্থাপন কৰিলে। অৱশ্যে মন্ত্ৰীজনৰ কাণ্ডই বিতৰ্কৰো সূত্ৰপাত ঘটাইছে। বহু সংখ্যক লোকে মন্ত্ৰীজনৰ এই কাণ্ডক ‘নাটক’ আখ্যা দিছে।

উল্লেখযোগ্য যে যোৱা দুটা বছৰত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা বেছিভাগেই অৰুণাচলৰ পৰা অসমলৈ অবৈধভাৱে সৰবৰাহ কৰা। অবৈধ সুৰা সৰবৰাহ কৰাৰ অপৰাধত সুৰা ব্যৱসায়ী ৰাজেশ জালানসহ ১৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে আদালতৰ নিৰ্দেশ ক্ৰমে এই অবৈধ সুৰাৰ বটলবোৰ পৰ্য্যায়ক্ৰমে ভাঙি থকা হৈছে বুলি জানিবলৈ দিয়ে আবকাৰী বিভাগৰ সূত্ৰই।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd