• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আবু ধাবি ভ্ৰমণত যোৱা ভাৰতীয় দবা দলৰ প্ৰশিক্ষক হিচাপে নিযুক্ত অসমৰ বিশ্বজিৎ ভৰদ্বাজ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 6, 2018 9:52 pm

1 min read

14021627_10153991457387991_992599169391096690_n

বিশ্বজিৎ ভৰদ্বাজ

162
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় দবা পৰিচালনা পৰিষদ সংস্থা দা অল ইণ্ডিয়া চেছ ফেডাৰেশ্যন (এআইচিএফ)এ অসমৰ বিশ্বজিৎ ভৰদ্বাজক ভাৰতীয় দবা দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে অসমৰ বিশ্বজিৎ ভৰদ্বাজে ৬ আগষ্টৰ পৰা ১৬ আগষ্টলৈ য়ুনাইটেড আৰব এমিৰেটছ (য়ু এ ই)ৰ আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া আবু ধাবি ইণ্টাৰনেশ্যনেল অপেন চেছ চেম্পিয়নশ্বিপৰ বাবে যোৱা ভাৰতীয় দবা দলটোৰ প্ৰশিক্ষক হিচাপে গুৰু দায়িত্ব বহন কৰিব ।

বিশ্বজিৎ ভৰদ্বাজৰ লগতে অন্য ৫ গৰাকী প্ৰশিক্ষকৰ তত্বাৱধানত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ২৭ জনীয়া খেলুৱৈৰে গঠিত ভাৰতীয় দবা দলটো।

মন কৰিবলগীয়া যে চলিত বছৰৰ শেষৰ ভাগত গ্ৰীছ আৰু স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড য়ুথ আৰু ৱৰ্ল্ড কেডেটছ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ পূৰ্বে এক্সপ’জাৰ ট্যুৰ হিচাপে ভাৰতীয় দলটোক আবু ধাবিলৈ প্ৰেৰণ কৰা বুলি এআইচিএফে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে বিশ্বজিৎ ভৰদ্বাজ হৈছে ৱৰ্ল্ড চেছ ফেডাৰেশ্যনৰ তৰফৰ পৰা অনুজ্ঞাপত্ৰ পোৱা ফিডে (FIDE) ইন্সট্ৰাক্টৰ। ইয়াৰ উপৰি বৰ্তমান ভৰদ্বাজে গুৱাহাটী টাউন ক্লাব চেছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা দবা খেলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব বহন কৰি আছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd