• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমচাঙত পুনৰ আজিৰ পৰা আৰম্ভ উচ্ছেদ অভিযান

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 27, 2017 9:43 am

1 min read

আমচাঙত পুনৰ আজিৰ পৰা আৰম্ভ উচ্ছেদ অভিযান

আমচাঙত উচ্ছেদৰ এটা দৃশ্য।

75
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা আমচাঙ অভয়াৰণ্যত আৰম্ভ হৈছে উচ্ছেদ অভিযান। এই অভিযানত যাতে কোনোধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ১৫০০ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মোতায়েম কৰিছে। লগতে আছে ১৫টা হাতী আৰু বহুকেইখন এক্সকেভেটৰ। ইফালে উচ্ছেদ অভিযানৰ প্ৰতিবাদ কৰা আমচাং অঞ্চলত বাস কৰা লোকসকলে শিল্পগ্ৰামেৰে আমচাঙলৈ যোৱা পথত আৰক্ষী, অৰ্ধসামৰিক বাহিনীক বাধা প্ৰদানৰ চেষ্টা কৰে। উচ্ছেদৰ বিৰুদ্ধে সহস্ৰাধিক ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ফলত মহানগৰীৰ নৱজ্যোতি নগৰত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে। অৱশ্যে সেই বাধা নেওচি উচ্ছেদ অভিযান অৱ্যাহত ৰাখিছে প্ৰশাসনে। প্ৰশাসনে জনোৱামতে অহা ৩ দিন ধৰি আমচাঙ অভয়াৰণ্যখনত এই উচ্ছেদ অভিযান চলিব। প্ৰশাসনৰমতে অহা ৩০ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণৰূপে বেদখলমুক্ত হ’ব লাগিব আমচাঙ।উল্লেখযোগ্য যে উচ্ছেদিত অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ বছৰেকীয়া পৰীক্ষা চলি আছে। ফলত শিক্ষাৰ্থীসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

শেহতীয়া বাতৰি মতে উচ্ছেদৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰোঁতে প্ৰশাসনে লাঠীচালনা কৰাক তিনিগৰাকী মহিলা আহত হৈছে।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd