DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমচাঙৰ উচ্ছেদ সম্পৰ্কত পাপনৰ টুইট : আমি মানুহ, এই কথা পাহৰিলে নহ’ব

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
December 1, 2017 2:31 pm
114
VIEWS
Share on FacebookShare on Twitter

পলমকৈ হ’লেও অসমৰ সংগীত জগতৰ এক তাৰকা অংগৰাগ পাপন মহন্তই আজি নিজৰ এটা টুইটত আমচাং অভয়াৰণ্যৰ উচ্ছদ সম্পৰ্কত নিজৰ মত ব্যক্ত কৰে। সংগীতৰ কামত বৰ্তমান মুম্বাইত থকা পাপনে নিশা ১২ বাজি ৫২ মিনিটত দিয়া এটা টুইটত কয় যে তেওঁ আমচাঙৰ উচ্ছেদৰ আঁৰৰ সম্পূৰ্ণ কাহিনী জ্ঞাত নহয় যদিও পৰিস্থিতিটোৱে তেওঁক যথেষ্ট দুখ দিছে। আইন গুৰুত্বপূৰ্ণ যদিও আমি এই কথা পাহৰিব নালাগে যে আমি মানুহৰ সৈতে আচৰণ কৰিছো। আমি ইয়াতকৈ মানৱীয় উপায় বিচাৰি উলিয়াব লাগে। আনহাতে আজি পুৱা ৯ বাজি ৩ মিনিটত পাপনে টুইটাৰযোগে আগবঢ়ায় দ্বিতীয়টো মন্তব্য। তাত শিল্পীগৰাকীয়ে কয় যে আইনৰ কথাটো স্পষ্ট যদিও আমি স্থান-কাল-পাত্ৰৰ কথাও পাহৰিব নালাগে। তেওঁ এই মন্তব্যৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীক আমচাঙ অভয়াৰণ্যত চলা উচ্ছেদৰ বিষয়টো বিবেচনা কৰি চাবৰ বাবে আহ্বান জনাইছে বুলি অনুমান কৰিব পাৰি। কাৰণ তেওঁ নিজৰ পোষ্টটোত মুখ্য মন্ত্ৰীক টেগ কৰে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ক্ৰমে যোৱা ২৭ নৱেম্বৰৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছিল। কিন্তু ৰাজ্যৰ সৰ্বত্ৰে প্ৰশাসনৰ নিৰ্দয়তা দেখি ব্যাপক প্ৰতিক্ৰিয়া হোৱাত যোৱা ২৯ নৱেম্বৰৰ পৰা ইয়াৰ বাসভূমিত উচ্ছেদ বন্ধ ৰাখিছে।

Recent News

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

মহানগৰীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: চিচিটিভি ফুটেজ ‘ফাদিল’ কৰা বাবে বিধানসভাৰ মাৰ্শ্বালকে ধৰি তিনিজনক নিলম্বন

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd