DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমছুৰ দক্ষিণ বৰপেটা-বৰপেটা জিলা সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 17, 2018 9:22 pm
আমছুৰ দক্ষিণ বৰপেটা-বৰপেটা জিলা সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী
119
VIEWS
Share on FacebookShare on Twitter

ভাষিক আৰু সংখ্যালঘু লোকসকলক সীমান্ত আৰক্ষীয়ে ‘ডি’ ভোটাৰ সজোৱাৰ চক্ৰান্ত চলোৱা বুলি অভিযোগ উত্থাপন কৰি বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আজি ৰাজ্য জুৰি আমছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ইয়াৰ সমান্তৰালভাৱে আজি বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত আমছুৰ বৰপেটা জিলা সমিতি আৰু দক্ষিণ বৰপেটা জিলা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

কাৰ্যসূচীৰ অন্তত দলটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। দলটোৱে স্মাৰকপত্ৰৰ জৰিয়তে সন্দেহজনক বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰে।

কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নাজিৰ হুছেইন, সাধাৰণ সম্পাদক নুৰজামান, বৰপেটা জিলা সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে নজৰুল ইছলাম, ছফিউৰ ৰহমানৰ লগতে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালালউদ্দিন আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd