DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

আমপাটি সমষ্টিৰ বিধায়কৰ পদ এৰিলে ড০ মুকুল চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 3:53 pm
Mukul-Sangma-
74
VIEWS
Share on FacebookShare on Twitter

মেঘালয় বিধানসভাৰ বিৰোধী দলৰ নেতা ড০ মুকুল চাংমাই  ১৯৯৩ চনৰ পৰা  প্ৰতিনিধিত্ব কৰি অহা  আমপাটি সমষ্টিৰ বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ড০ চাংমাই সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত চংচাক আৰু আমপাটি দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতেই বিজয়ী হৈছিল।

উল্লেখযোগ্য যে  চংচাক আৰু আমপাটি দুয়োটা সমষ্টিৰ পৰাই বিজয়ী হৈ অহা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে দুয়োটা সমষ্টিৰ ভিতৰত কোনটোক প্ৰতিনিধিত্ব  কৰিব আৰু কোনটো সমষ্টিক এৰি দিব তাকে লৈ চলি থকা গুণা-গঁথা চলি আছিল। বিধানসভাৰ অধ্যক্ষ ড০ ডংকুপাৰ ৰয়ৰ হাতত আজি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নিজৰ পদত্যাগ পত্ৰ জমা দিয়ে।

পদত্যাগ পত্ৰ জমা দিবলৈ অধ্যক্ষৰ কোঠালৈ তেওঁক আগ বঢ়াই লৈ যায় কংগ্ৰেছৰ বিধায়কৰ এটা দলসহ তেওঁৰ সহধৰ্মিণী ডিককানচি শ্বিৰাই।

মন কৰিব লগীয়া যে কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ ঘনিষ্ঠ মহলৰ  পৰা কোৱা হৈছিল যে চাংমাই আমপাটি সমষ্টিটো এৰি দি ডাঙৰ জীয়েক মিয়ানি ডি শ্বিৰাক ৰাজনৈতিক অভিষেক ঘটোৱাৰ বাবে  সুযোগৰ সৃষ্টি কৰিব । মিয়ানিয়ে এই সমষ্টিটোতেই কংগ্ৰেছ দলৰ টিকটত  নিজৰ ৰাজনৈতিক জীৱনৰ অভিষেক ঘটাব বুলি ঘনিষ্ঠ সূত্ৰটোত  প্ৰকাশিত হৈছিল।

উল্লেখ্য যে কংগ্ৰেছ দলটো একক সংখ্যগৰিষ্ঠ দল হিচাপে নিৰ্বাচনত বিজয়ী হৈ অহা সত্ত্বেও ৰাজ্যখন এন পি পি আৰু বিজেপিৰ মিত্ৰজোঁটহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

 

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd