DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আন্তৰ্জাতিক সাংবাদিকতা কৰ্মশালাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 6:57 pm
আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আন্তৰ্জাতিক সাংবাদিকতা কৰ্মশালাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে
104
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ে অহিঅ’ বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত ইণ্টাৰনেশ্যনেল জাৰ্নেলিজমৰ ওপৰত আধাৰিত এক বাৰ্ষিক গ্ৰীষ্মকালীন কৰ্মশালাত অংশ গ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই কৰ্মশালাখন বৃহস্পিতাবাৰ অৰ্থাৎ ২৮ জুনৰ পৰা ১০ আগষ্টলৈকে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

৬ সপ্তাহ ধৰি অনুষ্ঠিত হ’ব লগীয়া এই কৰ্মশালাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৮ খন দেশৰ  ১৮ জন সাংবাদিক আৰু মিডিয়া বিশেষজ্ঞই অংশ গ্ৰহণ কৰিব। তাৰোপৰি অনুষ্ঠানত আন্তৰ্জাতিক সাংবাদিকতা আৰু মিডিয়া নাীতি অনুশীলনৰ ওপৰতো প্ৰশিক্ষণ দিয়া হ’ব।

অংশগ্ৰহণকাৰী সকলক ক্ৰমশঃ ক্লিফলেণ্ড, চান ফ্ৰান্সিকো, আটলাণ্টা, চিকাগো আৰু ৱাচিংটন ডিচিত প্ৰশিক্ষণ দিয়া হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ ডিপাৰ্টমেন অব ষ্টেটে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তক এই বাৰ্ষিক গ্ৰীষ্মকালীন অধিৱেশনত অংশ গ্ৰহণৰ বাবে মনোনীত কৰিছে। ড০ অংকুৰণ দত্তই ৩ জুলাইত অনুষ্ঠিত হ’ব লগীয়া ‘আন্তৰ্জাতিক গণ্য মাধ্যম’ত ভাৰতৰ গণ সংযোগ মাধ্যমৰ প্ৰণালী, সাংবাদিকতাৰ অনুশীলন, মিডিয়া নীতিৰ ওপৰত এক গৱেষণামূলক প্ৰকল্প উপস্থাপন কৰিব।

আনহাতে ৫ আগষ্টত ৱাচিংটন ডিচিত গণসংযোগ শিক্ষা আৰু সাংবাদিকতা সংস্থাৰ বাৰ্ষিক সন্মিলন উপলক্ষে ‘গ্লৱেল মাইগ্ৰেশন এণ্ড ৰিফিউজি ক্ৰাইছিচে এছিয়াৰ প্ৰতিনিধিত্বকাৰী এজনক প্যানেল সদস্য হিচাপে বাচনি কৰে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd