DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফাৰ জন্মৰ সৈতে জড়িত, সমাজকৰ্মী ভূপেন বৰগোহাঁইৰ মৃত্যু

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 10, 2018 9:27 pm
Bhupen_Borgohain ulfa
92
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰতিষ্ঠাপক নেতাসকলৰ মাজৰে এজন, শিৱসাগৰৰ ৰংঘৰ বাকৰিত লগ হৈ আলফা গঠন কৰা ৭ জনৰ অন্যতম ডিমৌৰ সমাজকৰ্মী ভূপেন বৰগোহাঁইৰ আজি ১০ এপ্ৰিলৰ পুৱা ৫ বজাত শ্বিলঙৰ নেইগ্ৰিমছ (NEIGRIHMS) চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

চাৰি বছৰ আগতে তেখেতৰ বাইপাছ চাৰ্জাৰি হৈছিল আৰু যোৱা কেইমাহমানৰ পৰা তেওঁৰ ভৰিৰ বিষ হৈ আছিল। তাৰোপৰি তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ যায়। প্ৰথমে ডিব্ৰুগড় চিকিৎসা মহাবিদ‍্যালয়ত চিকিৎসা কৰোৱাৰ পিছত বৰগোহাঁইক শ্বিলঙৰ চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল।

ডিমৌৰ কেইবাখনো বিদ‍্যালয়ৰ পৰিচালনা সমিতিৰ লগত জড়িত বৰগোহাঁই ডিমৌৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগত আৰম্ভণিৰ পৰাই জড়িত আছিল।

তেওঁৰ মৃত্যুত শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলে শ্ৰদ্ধা নিবেদন কৰে।

Recent News

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

Sri Raghupati

চিনেমা কথা: শ্ৰী ৰঘুপতি

three killed in mine collapsed

ধনবাদত শোকাৱহ ঘটনা: অবৈধ খনি খহি তিনি ব্যক্তিৰ মৃত্যু, সন্ধানহীন কেইবাগৰাকীও

Lok Sabha election

চমু চাপিছে নিৰ্বাচন: ইভিএম-পেপাৰট্ৰেইল মেচিনৰ পৰীক্ষণ আৰম্ভ নিৰ্বাচন আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd