• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰএছএছৰ জনজাতীয় লোকক হিন্দু গোটলৈ অনাৰ প্ৰয়াস

NE NOW NEWS মহেশ ডেকা
গুৱাহাটী , January 21, 2018 10:21 pm

2 min read

আৰএছএছৰ জনজাতীয় লোকক হিন্দু গোটলৈ অনাৰ প্ৰয়াস
85
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জনজাতীয় মূলৰ লোকক হিন্দু শ্ৰেণীলৈ অনাৰ প্ৰয়াস দেখা গ’ল দেওবাৰে গুৱাহাটীত উগ্ৰ হিন্দু জাতীয়তাবাদী সংগঠনটোৰ মুৰব্বীগৰাকীৰ সৈতে একেলগে ১২ গৰাকীকৈ উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় ৰজাক মঞ্চত উপবিষ্ট কৰাই লোৱা প্ৰচেষ্টাৰ মাজত ।

গোভা, জয়ন্তীয়া, কাৰ্বি, গাৰো, নাগা আৰু খাচীকে সম্প্ৰদায়ৰ বাৰ গৰাকীকৈ জনজাতীয় ৰজাক আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ সৈতে উগ্ৰ হিন্দুত্ববাদী সংগঠনটোৱে আয়োজন কৰা খানাপাৰাৰ লইতপৰীয়া হিন্দু সমাৱেশত একেলগে বহা দেখা গ’ল।

‘’সন্মান সহকাৰে আমাক কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰাৰ বাবে আমি সেই নিমন্ত্ৰন গ্ৰহণ কৰি ইয়ালৈ আহিছো,’’ – গোভা ৰজাৰ সহযোগী এগৰাকীয়ে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।

উত্ৰ-পূবৰ বেছিভাগ জনজাতীয় জনগোষ্ঠীয়ে মূলতে সম্প্ৰদায়ৰ নিজস্ব ধৰ্মত বিশ্বাস কৰে যাৰ হিন্দুকে ধৰি আন ধৰ্মৰ দৰে কোনো লিখিত গ্ৰন্থ নাই।

তাৎপৰ্যপূৰ্ণভাৱে, কেইজনমান সত্ৰাধিকাৰো সমাৱেশত উপস্থিত হৈ মোহন ভাগৱতৰ  সৈতে মঞ্চত একেলগে বহা দেখা গ’ল। মোহন ভাগৱতে তেওঁৰ ভাষণত অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগ উল্লেখ কৰে।

সত্ৰসমূহ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৰ  শিষ্যসকলে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যিটো হিন্দুত্ব আদৰ্শৰ পৰা বহু পৃথক। সত্ৰৰ মুৰব্বীসকলক সত্ৰাধিকাৰ বুলি কোৱা হয়।

‘’শংকৰদেৱে কৈ গৈছে যে মানুহে ভাৰতত পূৰ্ব জন্মৰ পূণ্যৰ ফলতহে ভাৰতত জন্মগ্ৰহণ কৰে,’’-ভাগৱতে কয়।

সমাৱেশত ভাষণ দি আৰএছএছৰ উত্তৰ অসম গোটৰ বিষয়ববীয়া ড০ উমেশ চক্ৰৱৰ্তীয়ে লাচিত বৰফুকনৰ প্ৰসংগ টানি আনে।

Recent News

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd