• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰএছএছ, বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছত যোগদান এসময়ৰ কৃষক নেতা কমল মেধিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 19, 2018 1:05 pm
কমল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কেইদিনমান ধৰি চলি থকা ৰাজনৈতিক জল্পনা- কল্পনাৰ অৱসান ঘটাই অৱশেষত আজি আনুষ্ঠানিভাৱে কংগ্ৰেছত যোগদান কৰিলে এসময়ৰ কৃষক নেতা কমল কুমাৰ মেধিয়ে।

কংগ্ৰছৰ সভাপতি ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আয়োজন কৰা বিশাল যোগদান কাৰ্য্যসূচীত আজি কমল মেধিয়ে দলটোত যোগদান কৰি নিজৰ ভাষণ প্ৰসংগত কয়— ‘আৰএছএছ, বিজেপিক ভাৰতৰ পৰা উৎখাত কৰিবৰ বাবে মই কংগ্ৰেছত যোগদান কৰিছো।বিগত প্ৰায় ৪-৫ বছৰ ধৰি ভাবি আছিলো কংগ্ৰেছত যোগদান কৰাৰ বাবে। আজি ইয়ে আনুষ্ঠানিক ৰূপ পালে’।

Apply Now

ৰাজনৈতিক মঞ্চত প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰা বুলি মন্তব্য কৰি কমল কুমাৰ মেধিয়ে লগতে লগতে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দি যাব বুলি প্ৰকাশ কৰে। আনহাতে মন্ত্ৰী- বিধায়ক হোৱাৰ ইচ্ছা নথকা নহয়, দলে বিচাৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও তেওঁ দোহাৰে।

উল্লেখযোগ্য যে আজি কংগ্ৰছৰ এই যোগদান অনুষ্ঠানত গুৱাহাটীৰ কিছুসংখ্যক যুৱকৰ লগতে প্ৰাক্তন কলেজ শিক্ষক সন্থাৰ সভাপতি নৰেন চাংমাই, দুজন এম চি এল সদস্য, বি পি এফৰ এজন নেতাৰ লগতে এটা এন জি অ’ৰ নেতৃত্বত বহুসংখ্যক হিন্দু বঙালী লোকে কংগ্ৰেছত যোগদান কৰিব।

কমলপ্ৰায় ৫০০ লোকৰ যোগদানে দলটোক শক্তিশালী কৰাৰ আশা প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে। তেওঁ এই সন্দৰ্ভত কয়— কমল মেধি যদিও কৃষক মুক্তিত আছিল তেওঁ কোনো ৰাজনৈতিক দলত নাছিল। ৰাজনীতিত এইটো নতুন কথা নহয়। বিজেপি দলৰ মুধাফুটা ব্যক্তি দুজন পূৰ্বৰ অগপ আৰু কংগ্ৰেছ দলৰ পৰাই যোৱা।

উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে জিলা কংগ্ৰেছ, ব্লক, পঞ্চায়ত পৰ্য্যায়ত থকা বৃদ্ধাশ্ৰম, ৰোগীসকলক সাক্ষাৎ কৰা, ফলমূল বিতৰণ কৰা ইত্যাদি কাৰ্য্যসূচী ৰূপায়ণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

আনহাতে এই যোগদান অনুষ্ঠানটোত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ধৰ্ম নিৰপেক্ষতা আৰু সমতা থকাৰ বাবে তথা ৰাহুল গান্ধীৰ সফল নেতৃত্বৰ বাবে ৰাইজ কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আজি এই যোগদান অনুষ্ঠানত প্ৰাক্তন কৃষক নেতা গাজিউৰ ৰহমান, ৰাকেশ চক্ৰৱৰ্তী, আটছাৰ ওদালগুৰিৰ সভাপতি প্ৰভাত দাস পানিকাৰ, কামাল আজাদ, হোমিঅ’ চিকিৎসক ডাঃ হাচনুৰ আলি, বিশিষ্ট ব্যৱসায়ী পাৰ্থ শইকীয়া, মতিউৰ ৰহমান (জনগোষ্ঠীয় ঐক্য মঞ্চৰ কোকোৰাঝাৰৰ সভাপতি)ও কংগ্ৰেছত যোগদান কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd