• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ জিম্মাত শ্ৰমিকক নিৰ্য্যাতনৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লয় দৰঙৰ ধুলা অঞ্চলত : আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰী নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 12:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ আৰক্ষী জিম্মাত এজন শ্ৰমিকৰ মৃত্যক কেন্দ্ৰ কৰি জিলাখনৰ ধুলাত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। জানিব পৰা মতে ধুলা অঞ্চলৰ বাসিন্দা হাছান আলীক কালি আৰক্ষীয়ে এটা গোচৰত আটক কৰি আনিছিল। কিন্তু ৰাতি আৰক্ষীৰ উপৰ্যুপৰি নিৰ্য্যাতনৰ ফলত গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটে আলীৰ। তেওঁক আজি জি এম চি এইচ্ছলৈ অনাৰ পিছতে মৃত্যু হয়।

ইয়াৰ পিছতে উত্তেজিত ৰাইজে ধুলা আৰক্ষী থানা ঘেৰাও কৰে। উত্তেজিত জনতাই লাহে লাহে থানাত আক্ৰমণো কৰে। প্ৰতিবাদৰ ঘটনাটোত আমছুৱেও অংশ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ শিলগুটি দলিওৱাৰ লগতে, যান-বাহনৰ ক্ষতি সাধন কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও শূন্যলৈ গুলী চালনা কৰে আৰু লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

এই মাত্ৰ অহা খবৰ মতে আৰক্ষীৰ গুলীত এজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে। নিহত প্ৰতিবাদকাৰীজনৰ নাম ময়িদুল ইচলাম (২০) বুলি জানিব পৰা গৈছে। আন এজন গুলীবিদ্ধ প্ৰতিবাদকাৰীক গুৱাহাটীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি সূত্ৰটোৰ পৰা জানিব পৰা গৈছে।

প্ৰতিবাদকাৰীৰ আক্ৰমণত আৰক্ষীৰো কেইবাজনো লোক আহত হোৱা বুলি জনাইছে সূত্ৰটোৱে।

এতিয়াও প্ৰতিবাদকাৰীসকলে থানাখন ঘেৰাও কৰি ৰাখিছে আৰু পৰিস্থিতি যিকোনো সময়তে অতি বিস্ফোৰক অৱস্থালৈ গতি কৰিব পাৰে বুলি জনাইছে সূত্ৰটোৱে।

আনহাতে ঘটনা সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী বিভাগে তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাক নিলম্বন কৰিছে।

লগতে অঞ্চলটোত অনিৰ্দিষ্টকালীনভাৱে সান্ধ্য আইন জাৰি কৰা হৈছে আৰু সেনা মোতায়েন কৰা হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যান-বাহনৰ চলাচল বন্ধ হৈ পৰা বুলি জনা গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd