DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা জুবিন অৱশেষত শুৱালকুছি আৰক্ষীৰ জালত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 5:03 pm
72
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা শুৱালকুছি আৰক্ষীয়ে স্থানীয় ৰাইজৰ তৎপৰতাত জুবিনক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা নিশা শুৱালকুছিৰ মধ্য ফুলবাৰী পাহাৰৰ এঘৰ লোকৰ বাসগৃহত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জুবিনে প্ৰৱেশ কৰিছিল চুৰি কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে। কিন্তু জুবিনে নিজ কৰ্মত সফল হ’ব নোৱাৰিলে যিহেতু গৃহস্থই অতি তৎপৰতাৰে জুবিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰু পিছত শুৱালকুছি আৰক্ষীক চমজাই দিয়ে।

প্ৰাপ্ত তথ্য মতে জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটোৰ সন্ত্ৰাসত অতিষ্ঠ হৈ আহিছিল শুৱালকুছিবাসী। লগতে শুৱালকুছি আৰক্ষীৰো মূৰৰ কামোৰণি হৈ পৰিছিল জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটো। কাৰণ নিশা হোৱাৰ হোৱাৰ লগে লগেই সক্ৰিয় হৈ পৰে জুবিন আৰু জুবিনৰ গেং।

কেইদিনমানৰ পূৰ্বেও জুবিন দাস নামৰ এই দুৰ্ধৰ্ষ চোৰটোৱে শুৱালকুছি জ্যেষ্ঠ সাংবাদিক প্ৰবীণ দাসৰ ঘৰতো লুট-পাত চলাইছিল। আনকি পূৰ্বে কেইবাবাৰো চুৰি কাৰ্য সংঘটিত কৰি জেইলৰ ভাত খাইছিল।

অৱশ্যে বহু দিনৰ পৰা আৰক্ষীয়ে বিচাৰি চলাথ কৰি ফুৰা দুৰ্ধৰ্ষ জুবিনক স্থানীয় ৰাইজৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হোৱাত শুৱালকুছিবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে।

Recent News

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd