• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল আলফাৰ (স্বাঃ) ছাৰ্জেণ্ট মেজৰ

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , March 30, 2018 6:16 pm

2 min read

ulfa cadre
72
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ম্যানমাৰত প্ৰশিক্ষণ লৈ অহা আলফাৰ (স্বাঃ) সদস্য গৌতম দাধৰা ওৰফে গুঞ্জন অসমক ডিব্ৰুগড় অঞ্চলৰ বঙালপাৰাৰ আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীৰ মতে স্বয়ম্ভু ছাৰ্জেণ্ট মেজৰ (১ম ব্ৰিগেড) ধৃত আলফা সদস্যজন সংগঠনটোৰ ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা ১৭ মাৰ্চত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোৱাৰ বাবে উপস্থিত হৈছিল। দাধৰা হৈছে ডিব্ৰুগড় জিলাৰ কুতুহা বালিগাৱঁৰ বাসিন্দা। তেওঁৰ পৰা আৰক্ষীয়ে এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কৈছে যে ধৃত আলফা সদস্যজন তেওঁলোকৰ তালিকাত আছিল। আলফা সদস্যগৰাকীয়ে ২০১১ চনত আলফা (স্বাঃ)ত যোগদান কৰিছিল আৰু ম্যনমাৰৰ টেগাত মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ লৈছিল।

granade seized from the ulfa cadre

আৰক্ষী অধীক্ষক বৰাই জনাইছে যে প্ৰথমবাৰৰ জেৰাৰ সময়ত আলফা (স্বাঃ) সদস্যজনে জনাইছে যে ৪জন সহযোগীৰে সৈতে তেওঁ ম্যানমাৰৰ আৰাকান শিবিৰৰ পৰা মাৰ্চৰ ১৭ তাৰিখে ওলাই আহিছিল। সতীৰ্থ৪জনে তেওঁক অৰুণাচল-ম্যানমাৰৰ সীমান্তত এৰি থৈ উভতি গৈছিল। এক গোপনীয় সূত্ৰৰ পম খেদি তেওঁক কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হৈছিল বুলি আৰক্ষী অধীক্ষকজনে জানিবলৈ দিছে। আৰক্ষীয়ে তেওঁৰ পৰা এটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে। এই গ্ৰেনেডটো তেওঁ আত্মৰক্ষাৰ বাবে আনিছিল বুলি আৰক্ষীক জনাইছে।

আৰক্ষী অধীক্ষকজনৰ মতে আলফাৰ (স্বাঃ) প্ৰভাৱ লাহে লাহে হ্ৰাস পাই আহিছে আৰু সংগঠনটোৰ বহু সদস্যই নেতৃত্বৰ প্ৰতি আৰু সংগঠনটোৰ আদৰ্শৰ প্ৰতি মোহভংগ হৈ সংগঠন ত্যাগ কৰিছে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd