DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংলিছ চেনেলত সাঁতুৰি প্ৰথম অসমীয়াৰূপে অভিলেখ এলভিছ আলী হাজৰিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2018 10:21 pm
159
VIEWS
Share on FacebookShare on Twitter

‘সাঁতোৰৰ এভাৰেষ্ট’ৰূপে জনাজাত ইংলিশ্ব চেনেল সাঁতোৰা প্ৰথম অসমীয়াত পৰিণত হৈছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিছ আলী হাজৰিকা। ইংলিশ্ব চেনেল সাঁতোৰা এলভিছ অসমৰে নহয়, উত্তৰ-পূবৰে প্ৰথম গৰাকী সন্তৰণবিদ।

১২ ডিগ্ৰী ছেলছিয়াছৰ অতি নিম্ন উষ্ণতাত আলী হাজৰিকাই ইংলিশ্ব চেনেলৰ ২৯ কিঃমিঃ সাঁতুৰি অতিক্ৰম কৰে। ১০ ঘণ্টা ১৫ মিনিটত তেওঁ এই ২৯ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিলে।

আনহাতে অতি নিম্ন উষ্ণতাত ১০ ঘণ্টা ধৰি একেৰাহে সাঁতোৰাৰ ফলত হাজৰিকাৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে।

উল্লেখযোগ্য যে মাত্ৰ ৪ বছৰ বয়সতে এলভিছে গুৱাহাটীৰ দীঘলীপুখুৰী সাঁতুৰি পাৰ হৈছিল। তাৰোপৰি ৫ বছৰ বয়সত তেওঁ পাৰ হৈছিল শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী।

Recent News

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd