DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইউনিভাৰ্চেল নৃত্যাভিলেখ : দহ হাজাৰ নৃত্য পতিয়সীৰ দ্বাৰা কৃষকলৈ শ্ৰদ্ধাঞ্জলী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 29, 2017 9:01 pm
ইউনিভাৰ্চেল নৃত্যাভিলেখ : দহ হাজাৰ নৃত্য পতিয়সীৰ দ্বাৰা কৃষকলৈ শ্ৰদ্ধাঞ্জলী
108
VIEWS
Share on FacebookShare on Twitter

উদিয়েৰৰ উদ্যোগত বিশ্বৰ এচিয়া, আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰান্তত অহা ৩১ নবেম্বৰ তাৰিখে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসেৰে ১০,০০০ জন নৃত্য পতিয়সীৰ দ্বাৰা একে সময়তে তথা একে সাজ-সজ্জা আৰু ভঙ্গীমাৰে নৃত্য পৰিবেশন কৰা হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ জৰিয়তে উদিয়েৰৰ অসমৰ সমন্বয়ক নন্দিতা তালুকদাৰে এই কথা  জানিবলৈ দিয়ে।  আনহাতে এই নৃত্য পৰিবেশনৰ জৰিয়তে বিশ্বৰ কৃষক সকললৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ প্ৰয়াস কৰা হৈছে বুলি সমন্বয়কগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। এক তথ্য অনুসৰি ভাৰতৰ তামিল নাডু, মহাৰাষ্ট্ৰ, গুজৰাট, অসম আৰু পশ্চিমবংগত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। অসমত এই অভিলেখ সৃষ্টিকাৰী অনুষ্ঠান বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব  বুলি উদ্যোক্তা সকলে সদৰী কৰে। এই অনুষ্ঠানৰ কাৰ্য্যসূচী বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু প্ৰথমতে থলুৱা গীতৰ আধাৰত নৃত্য কৰা হ’ব। ইয়াৰ পিছতে ৪ বজাৰ পৰা ১২ মিনিটৰ এটা গীতৰ আধাৰত নৃত্য পৰিবেশন হ’ব বুলি সংবাদ মেল যোগে সমন্ব.ক গৰাকীয়ে অবগত কৰে।   আনহাতে বিশ্ব অভিলেখ সৃষ্টিকাৰী এই অনুষ্ঠানত যোগদান কৰিবলৈ ইচ্ছুক সকলৰ পঞ্জীয়ণ মাচুল ৫০০ টকা হোৱা কথাটোৱে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Recent News

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd