• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ইটানগৰত ফাডামপা ফোডৰাঙৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী খাণ্ডুৰ

NE NOW NEWS ডেমিয়েন লেপছা
ইটানগৰ , June 25, 2018 10:00 pm

1 min read

Lead 6
67
VIEWS
Share on FacebookShare on Twitter

আজি অৰুণাচলৰ মুখ্য মন্ত্ৰীয়ে ইটানগৰত ফাডামপা ফোডৰাঙৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীৰ উপৰিও উপস্থিত আছিল গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজু, আৰ ডব্লিউ ডি সংসদীয় সচিব জাম্বে টাৱাং, বিধায়ক টেৰিং টাছি আৰু ড০ ৰিক্য লাভো ৰিনপোচে।

ফোড্ৰাং অৰ্থাৎ মনপা মন্দিৰটো দক্ষিণ ভাৰতৰ ১০ম শতিকাৰ বৌদ্ধ ভিক্ষু ফাডমা ছাংগেৰ প্ৰতি উৎসৰ্গিত। তেওঁ অৰুণাচলৰ লউ গাওঁৰ মাজেৰে তিব্বতলৈ যাত্ৰা কৰিছিল।

মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে ভিক্ষুগৰাকীয়ে এই মন এলেকালৈ অহা আৰু তেওঁৰ শিক্ষাক সংৰক্ষণ কৰাৰ বাবে এই মন্দিৰটো নিৰ্মাণ কৰা হ’ব। ইয়াতে ভিক্ষুগৰাকীৰ এটা সোণেৰে মেৰুওৱা পিতলৰ ৬ফুট ওখ মূৰ্তিও নিৰ্মাণ কৰা হ’ব।

মূৰ্তিটো নিৰ্মাণ কৰিব ড০ ৰিক্য ৰিনপোচে।ৰাজ্যিক গৃহ মন্ত্ৰী আৰু ড০ ৰিক্য ৰিনপোচেও অনুষ্ঠানত বক্তব্য ৰাখিছিল।

এই অনুষ্ঠানতেই ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজেজুৱে ড০ ৰিক্য ৰিনপোচেৰ দ্বাৰা লিখা পিতৃ-মাতৃৰ মৰমৰ পৰিশোধ কৰাৰ উপদেশ (Advice on repaying the kindness of parents)উন্মোচন কৰে।

তাৰ পাছত মুখ্য মন্ত্ৰী আৰু বিশিষ্ট লোকসকলে বৌদ্ধ ভিক্ষুগৰাকীৰ আঁঠুটো খোদিত থকা শিলটো দৰ্শন কৰে।

ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰীগৰাকীয়ে জাগদা জানত এখন ষ্টিলৰ দলং উদ্বোধন কৰে আৰু লউৰ আন্তঃগাঁথনি উন্নয়নৰ এটা অধাৰশিলা স্থাপন কৰে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd