DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ সন্মিলনৰ সামৰণি : পৰৱৰ্তী সন্মিলন ভূপালত

সভাপতি চামম by সভাপতি চামম
March 21, 2018 10:38 am
ISC valedictory
65
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শীৰ্ষস্থানীয় বিজ্ঞানী আৰু বিশেষজ্ঞ ব্যক্তিৰ মাজত হোৱা বৈজ্ঞানিক আলোচনা-বিলোচনাৰ মাজেৰে ১৬ মাৰ্চৰ পৰা মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান সন্মিলন বা ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ ১০৫ সংখ্যক অধিৱেশন ২০ মাৰ্চত সামৰণি পৰে। পাঁচ দিনীয়া এই অনুষ্ঠানটোৰ সামৰণি দিনটোত দেশৰ বিভিন্ন ঠাইৰ পৰা আহি নিজৰ নিজৰ বৈজ্ঞানিক প্ৰকল্পৰ পেপাৰ প্ৰেজেণ্টেইশ্যন কৰা যুৱ চামৰ মাজৰ পৰা শীৰ্ষৰ ১৪ জনক নিৰ্বাচন কৰি বঁটা প্ৰদান কৰা হয়। এই বঁটাত ২৫ হাজাৰকৈ টকাৰ লগতে প্ৰমাণপত্ৰও আছে।

সামৰণি অনুষ্ঠানটোত ৰাজ্যপাল ড০ নাজমা হেপতুল্লাৰ উপৰি মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়মনাম খেমচান্দ, ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ সভাপতি ড০ অচ্যুত সামন্ত, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য এ পি পাণ্ডেই, ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন আয়োজক সমিতিৰ সম্পাদক অধ্যাপক অৰুণ কুমাৰ, অধ্যাপক ডব্লিউ বিশ্বনাথ আৰু ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ অন্যান্য বিষয়ববীয়া উপস্থিত আছিল।

আনহাতে সামৰণি অনুষ্ঠানটোতে ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ সভাপতিয়ে ঘোষণা কৰে যে ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ ১০৬ সংখ্যক অধিৱেশনখন অহা বছৰ ভূপালত ৩ ৰ পৰা ৭ জানুৱাৰিলৈ অনুষ্ঠিত হ’ব। ইয়াৰ মূল বক্তব্য (থিম) হ’ব ভৱিষ্যতৰ ভাৰত : বিজ্ঞান আৰু প্ৰযুক্তি (Future India: Science & Technology).

উল্লেখযোগ্য যে ইম্ফল হ’ল উত্তৰ-পূবৰ দ্বিতীয়খন চহৰ, যি ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ পালে। ইয়াৰ পূৰ্বে ২০০৯ চনত মেঘালয়ৰ শ্বিলঙত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd