• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডিয়া টুডেৰ সমীক্ষা : পৰ্যটন ক্ষেত্রত অসমৰ দ্বিতীয় স্থান

NE NOW NEWS সৌৰভ জ্যোতি গোস্বামী:
, December 3, 2017 10:44 am

1 min read

ইণ্ডিয়া টুডেৰ সমীক্ষা : পৰ্যটন ক্ষেত্রত অসমৰ দ্বিতীয় স্থান
199
VIEWS
Share on FacebookShare on Twitter

বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু অসমৰ মাজুলী, কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ দৰ্শনৰ বাবে বিভিন্ন সময়ত বহুতো দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। । শেহতীয়াকৈ দেশৰ আগশাৰীৰ আলোচনী ইণ্ডিয়া টুডেৰ ২০১৭ চনৰ সমীক্ষাত পৰ্যটনৰ ক্ষেত্রত অসমে লাভ কৰিছে দ্বিতীয় স্থান। অসমৰ পৰ্যটন বিভাগটোও ইতিমধ্যে নতুন পৰ্যটন নীতিৰে শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে প্ৰিয়ংকা চোপ্ৰাক নিযুক্তি দিয়াত বহু নতুন সম্ভাৱনীয়তা দেখা পোৱা গৈছে। । ইয়াৰ  সমান্তৰালকৈ  নতুন পৰ্যটন নীতিৰে  নিবনুৱা সমস্যাৰো সমাধান হ’ব বুলি আশা কৰা হৈছে। এই ক্ষেত্ৰত যিসমুহ ঐতিহাসিক সমলে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অৰিহনা যোগাইছে সেই সমুহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিব চৰকাৰে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd