• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঈদ-উজ-জোহা উপলক্ষে দৰঙৰ বালুগাঁও পশুবজাৰত বজাৰত বৃদ্ধি পশুধনৰ ব্যৱসায়

ছাজিদ খান by ছাজিদ খান
August 8, 2018 5:34 pm
20180808_100252
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলাম ধৰ্মাৱলম্বী লোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ আগন্তুক ঈদ-উজ-জোহা উপলক্ষে দৰঙৰ বালুগাঁও পশু বজাৰত ব্যাপক হাৰত পশুধনৰ ক্ৰয় বিক্ৰয় কৰা পৰিলক্ষিত হৈছে। বজাৰখনলৈ দৰঙৰ বালুগাঁও আৰু দৰঙৰ বাংলাগড়ৰ অসংখ্য পশুধন লৈ অহা হৈছে। ঈদ উদ্‌যাপনৰ সময় কাষ চাপি আহিলেও ঈদত কোৰবানী কৰিবলগীয়া গৰু, ছাগলীৰ মূল্য গৰু ছাগলীৰ পালকসকলে ভবাৰ দৰে বৃদ্ধি পোৱা নাই।

এই কেইদিনত এলেকাটোৰ সৰু-সুৰা বজাৰখন এখন পূৰ্ণ পৰ্যায়ৰ বজাৰলৈ পৰ্যৱসিত হৈছে আৰু ওদালগুৰি, নগাঁও, শোণিতপুৰ আদিৰ পৰা পশুধন ব্যৱসায়ীসকলে তেওঁলোকৰ পশুধনসমূহ লৈ এইখন বজাৰত ভীৰ কৰিছেহি। এই বছৰ সাধাৰণ জাতৰ ছাগলীৰ প্ৰতি গোট ৮০০০ ৰ পৰা ১৫০০০ টকাত বিক্ৰি হৈছে। আনহাতে  বাংলাগড়ত এটা স্বাস্থ্যৱান গৰু ১.৫০ লাখটকাত বিক্ৰি হৈছে। আব্দুল আলী নামৰ ব্যৱসায়ীজনে কৈছে ”নগাঁৱৰ দিহিঙৰ পৰা মই এনেধৰণৰ গৰু ৪ টা কিনিছোঁ। আন আন গৰুৰ মূল্য প্ৰতিটোতে ১ৰ পৰা ১.৫ লাখৰ ভিতৰত। মই বালুগাঁৱৰ বজাৰত ১০ টা ছাগলী ক্ৰয় কৰিছো আৰু ইয়াৰ পৰা ভাল দাম পাম বুলি আশা কৰিছোঁ।এই ছাগলীবোৰ স্থানীয় জাতৰ।মোৰ ওচৰত থকা ছাগলীৰ দাম ৮,০০০ টকাৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে মই কেইটামান বিক্ৰি কৰিছোঁ। । আন এজন ছাগলী ব্যৱসায়ী কৈলাস মহন্তই কৈছে, ‘‘ বকৰীদ বা ঈদ-উজ-জোহাৰ বাবে স্বাস্থ্যৱান ছাগলীৰ কদৰ আছে।’’

Apply Now

পশু বজাৰলৈ ১৮ ছাগলী বিক্ৰি কৰিবলৈ অনা মহন্তই কৈছে ‘‘ ক’লা বেংগল বা অসমীয়া জাতৰ ছাগলী সৰু যদিও সিহঁতৰ মাংস উত্তৰ ভাৰতীয় ছাগলীৰ মাংসতকৈ সুস্বাদু।’’ ওদালগুৰি টংলাৰ বাসিন্দা ছফদৰ খানে কৈছে,”ঈদ-উজ-জোহাৰ বাবে মই এহাল স্বাস্থ্যৱান ছাগলী বিছাৰি আছোঁ। দামৰ উপৰিও ছাগলীৰ শাৰীৰিক অৱস্থা আদিও পৰীক্ষা কৰিব লাগিব। তেওঁ কয় যে নিয়ম মতে কোৰবানী কৰা জন্তুটোৰ গাত কোনো খুঁত থাকিব নালাগে। ইয়াত দামটো ডাঙৰ কথা নহয়। কোৰবানীৰ বাবে স্বাস্থৱান আৰু ডাঙৰ ছাগলীৰ বাবে ভাল দাম দিয়া হয়।”

এইটো কোৱা নিষ্প্ৰয়োজনীয় যে কোৰবানীৰ জন্তু ক্ৰয় কৰিবলৈ কামৰূপ, দৰং আৰু ওদালগুৰিৰ পৰা অসংখ্য লোক আহি এইখন বজাৰত ভীৰ কৰিছেহি।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd