• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উঃ-পূবত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম চোৱাচিতাৰ বাবে কেন্দ্ৰই গঠন কৰিছে নিটি ফ’ৰাম

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , February 17, 2018 6:43 pm

2 min read

উঃ-পূবত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম চোৱাচিতাৰ বাবে কেন্দ্ৰই গঠন কৰিছে নিটি ফ’ৰাম
73
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই দিয়া পুঁজিৰ ব্যৱহাৰত বিফল হোৱা উত্তৰ-পূবৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম-কাজ তদাৰক কৰিবৰ বাবে কেন্দ্ৰই গঠন কৰিছে ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ (NITI Forum for North East) নামৰ এখন ফ’ৰাম। এই কথা আজি জানিবলৈ দিছে ড’নাৰ সচিব নবীন বৰ্মাই।

‘উন্নয়নৰ গতিবিধি পৰ্য্যলোচনা কৰিবলৈ, বিভিন্ন সীমাবদ্ধতাবোৰ চিনাক্ত কৰিবলৈ আৰু তাৰ বাবে উপযুক্ত দিহা-পৰামৰ্শ দিবলৈ নিটি আয়োগৰ উপাধ্যক্ষক ইয়াৰ অধ্যক্ষ হিচাপে লৈ আৰু ড’নাৰ মন্ত্ৰীক ইয়াৰ সহকাৰী অধ্যক্ষ হিচাপে লৈ ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ গঠন কৰা হৈছে।’ ড’নাৰ সচিব নবীন বৰ্মাই এইদৰে কয়।

তেওঁ লগতে কয় যে নিটি ফ’ৰাম গঠনে অঞ্চলটোত উন্নয়নৰ কামকাজ ত্বৰান্বিত কৰিব। তেওঁ অঞ্চলটোত কেন্দ্ৰই দিয়া পুঁজি অব্যৱহৃত হৈ পৰি থকা তথা বহুকেইটা কেন্দ্ৰীয় চৰকাৰী প্ৰকল্প অনিশ্চয়তাৰ মাজত ৰৈ থকাৰ কথা উল্লেখ কৰে।

তেওঁ উত্তৰ-পূবত নন লেপছেবল চেণ্ট্ৰেল পুল অব ৰিছ’ৰ্ছেজৰ অধীনত ১৪৪৬ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি অব্যৱহৃত হৈ আছিল বুলি কৈ আকৌ কয় যে কিন্তু ডিচেম্বৰলৈকে মাত্ৰ ১৪০ কোটি টকাহে অব্যৱহৃত হৈ আছে।

‘আমি পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়াটো কঠোৰ কৰিছো। এতিয়া মাত্ৰ আমি মুঠ অনুমোদনৰ ১০ শতাংশহে মুকলি কৰি দিওঁ। বাকীখিনি নিবিদা প্ৰক্ৰিয়াৰে মুকলি কৰি দিয়া হয়।’ বিষয়াজনে কয়।

তেওঁ লগতে কয় যে যোৱা বাজেটত ড’নাৰ মন্ত্ৰ্যালয়ৰ বাবে অনুমোদন ১১.৬৪ শতাংশ বৃদ্ধি কৰা হৈছে। আগৰ বছৰৰ ২৬৮২.৪৫ কোটি টকাৰ ঠাইত ৩০০০ কোটি টকা দিয়া হৈছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd