• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত ৰাকেশ পালৰ জামিন আবেদন খাৰিজ

NE NOW NEWS ৰাজীৱ ৰায়
নতুন দিল্লী , January 18, 2018 10:12 pm

1 min read

উচ্চতম ন্যায়ালয়ত ৰাকেশ পালৰ জামিন আবেদন খাৰিজ

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। ফাইল ফটো

105
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ বহু কোটি টকীয়া কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ পালৰ জামিন আবেদন আজি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

ন্যায়াধীশ মদন বি লকুৰ আৰু ন্যায়াধীশ দীপক গুপ্তাৰ দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ পিছত ৰাকেশ পালৰ জামিন পুনৰ প্ৰত্যাখ্যান কৰে।

অভিযুক্তৰ হৈ আবেদনকাৰীয়ে দাখিল কৰা বিশেষ ছুটীৰ আবেদনো সৰ্বোচ্চ ন্যায়ালয়খনে খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় তথা নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অমান্তি হয়।

ৰাকেশ পালক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰথমতে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়াৰ পিছত আয়োগৰ অধ্যক্ষ পদতো বহুৱায়। আনহাতে, যোৱা ২০১৬ চনৰ ৪ নৱেম্বৰত এগৰাকী চিকিৎসক অংশুমিতা গগৈয়ে চাকৰিৰ বিনিময়ত ১০ লাখ টকা দিবলগীয়া হোৱাৰ অভিযোগৰ ভিত্তিত পালক গ্ৰেপ্তাৰ কৰা হৈছিল।

যোৱা বছৰৰ আগষ্টত উচ্চতম ন্যায়ালয়ে পালক জামিন মঞ্জুৰ কৰিছিল যদিও একেধৰণৰ গোচৰত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

এগৰাকী প্ৰাৰ্থী বোদান্ত বিকাশ দাসে পালে তেওঁৰ পৰা চাকৰি দিয়াৰ নামত পালে ১৫ লাখ টকা দাবী কৰাৰ অভিযোগৰ ভিত্তিত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।

পালে ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও এতিয়াও মুক্তিৰ পথ বিচাৰি পোৱা নাই।

 

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd