• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনি মাজুলীত জৰাজীৰ্ণ দলং পৰিণত হৈছে মৰণফান্দত : জীয়াতু ভূগিছে গঞা ৰাইজে

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 22, 2018 3:56 pm

1 min read

Majuli bamboo bridge
120
VIEWS
Share on FacebookShare on Twitter

সুচল বাত পথেই হৈছে কোনো এটা অঞ্চলৰ উন্নয়নৰ প্ৰধান মাপ কাঠি। এনেস্থলত মাজুলীৰ ভিতৰুৱা অঞ্চল সমূহৰ লগত সংযোগী জৰাজীৰ্ণ বাত পথ আৰু দূৰ্বল বাহৰ দলঙে জীয়াতু ভূগাইছে অঞ্চলবাসীক।

উজনি মাজুলীৰ ভকতিদুৱাৰ-চিৰাম দেউৰী আৰু চিৰাম দেউৰীৰ পৰা মুদৈবিল সংযোগী দলং দুখনৰ দুই মূৰ আজিও নিৰ্মাণ নোহোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী।

ভকতিদুৱাৰ-চিৰাম দেউৰী পথত থকা পকী দলঙৰ দুই মূৰ যোৱা বছৰ বানে উটুৱাই নিয়াৰ পিছত গাঁওবাসীয়ে যাতায়াত কৰিব পৰাকৈ দলঙৰ দুই মূৰে বাহৰ দলং বনাই লৈছিল যদিও এতিয়া বাহৰ দলংখন ভাগি ছিগি জৰাজীৰ্ণ হৈ পৰাত বহু ছাত্ৰ ছাত্ৰী তথা বাটৰুৱা সঘনাই দূৰ্ঘটনাত পতিত হৈ আহিছে।

এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো এই ছিগা অংশ নিৰ্মাণ নোহোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। আনহাতে চিৰাম দেউৰীৰ পৰা মূদৈবিলৰ মাজৰ ছিগা অংশত নিৰ্মাণৰত কাঠৰ দলংখন আজি এবছৰে সম্পূৰ্ণ হৈ নুথাত সমস্যাৰ সন্মুখীন হৈছে উজনি মাজুলীবাসী।

Recent News

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

আজি নিৰ্ণয় হ’ব সুৰেশ ৰাইনা, স্মিথ, মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd