• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যকাল বৃদ্ধি : চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , July 17, 2018 10:35 pm

1 min read

উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ কাৰ্যকাল বৃদ্ধি : চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

প্ৰাক্তন বিধায়ক সমৰজিত্ হাফলংবাৰ

78
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ বিচাৰিছে ৰাজ্য চৰকাৰৰ পৰা।

এই দাবী কৰিছে হাফলঙৰ প্ৰাক্তন বিধায়ক তথা পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য সমৰজিৎ হাফলংবাৰে। হাফলংবাৰে জনোৱামতে, তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা জনস্বাৰ্থ জড়িত এটা গোচৰত ন্যায়ালয়ৰ ডিভিজন বেন্সে  ১৭ জুলাইত শুনানি লৈ চৰকাৰক বিষয়টোত উত্তৰ দিয়াৰ নিৰ্দেশ প্ৰদান কৰে। সেইমতে, অহা ২৫ জুলাইৰ ভিতৰত চৰকাৰী পক্ষৰ অধিবক্তাই আদালত উত্তৰ দাখিল কৰিব লাগিব।

উল্লেখনীয় যে একাদশ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল অন্ত পৰিছিল যোৱা মাহৰ ৩ তাৰিখে। কিন্তু পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰি ৰাজ্যপালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰক কাৰণ হিচাপে দেখুৱাই পৰিষদৰ কাৰ্যকাল ছমাহৰ কাৰণে বৃদ্ধি কৰে।

ৰাজ্যপালৰ এই কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই প্ৰাক্তন বিধায়ক সমৰজিত্ হাফলংবাৰ আদালতৰ দ্বাৰস্থ হৈছিল।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd