DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

উত্তৰ ত্ৰিপুৰা জিলা চিকিৎসালয়ত জন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ শিবিৰ মুকলি

পান্না ঘোষ by পান্না ঘোষ
July 27, 2018 3:58 pm
20180727_110353
101
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ বিধানসভাৰ উপাধ্যক্ষ বিশ্ববন্ধু সেনে ডিষ্ট্ৰিক্ট হস্পিটাল নৰ্থ ত্ৰিপুৰাৰ বহিঃৰোগী বিভাগৰ চৌহদত এটা জন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ (এটা বা ততোধিক হৃদ-কপাট নষ্ট হোৱাৰ ফলত হোৱা অসুখ) শিবিৰ এটাৰ উন্মোচন কৰে। এই শিবিৰটোৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিয়ে।

ন’ডেল অফিচাৰ জয়জিত চক্ৰবৰ্তী আৰু কমিউনিটি অফিচাৰ  সুপ্ৰতীম বীৰৰ সৈতে এই শিবিৰত উপস্থিত আছিল বাংগালোৰৰ বিখ্যাত হৃদ শল্য চিকিৎসক ড০ মুৰালী কৃষ্ণণ।

এই হৃদৰোগ পৰীক্ষা শিবিৰত ১৮ বছৰ পৰ্যন্ত বয়সৰ ব্যক্তিৰ হৃদৰোগ সম্পৰ্কীয় পৰীক্ষা সম্পন্ন কৰা হয়। ত্ৰিপুৰা জিলাৰ উনিকুটি, ধালাই আদি স্থানৰ প্ৰায় ২০০ গৰাকী ৰোগীয়ে এই হৃদৰোগ পৰীক্ষা শিবিৰত যোগদান কৰে।

অতি সংকটজনক হৃদৰোগত ভোগা ৰোগীক উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে বাংগালোৰস্থিত মণিপল হস্পিটাললৈ লৈ যোৱা হয়। এনে ধৰণৰ ৰোগীৰ চিকিৎসা ব্যয় বিনামূলীয়াকৈ কৰিবলৈ ত্ৰিপুৰা আৰু মণিপল চৰকাৰে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

এইজন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ শিবিৰ অসম, মেঘালয়, ছিকিম আৰু মণিপুৰতো অনুস্থিত কৰা হৈছে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd