• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

উত্তৰ-পূবৰ যুৱসমাজৰ সবলীকৰণ বিচাৰিছে অৰুণাচলৰ প্ৰথমগৰাকী আইপিএছ বিষয়াই

NE NOW NEWS নবাৰুন গুহ
গুৱাহাটী , March 3, 2018 9:00 am

2 min read

Robin-Hibu-570x320
81
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী আইপিএছ আইজিপি ৰবীন হিবুয়ে উত্তৰ-পূবৰ অসহায় জনসাধাৰণক সেৱা আগবঢ়াব বিচাৰে।

হিবুয়ে তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰে সবলীকৰণ কৰি তোলাৰ লগতে তেওঁলোকক জৰুৰীকালীন আইনী সাহায্য আৰু সেইদৰে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ সা-সুবিধা আগবঢ়োৱাৰ চিন্তা ব্যক্ত কৰিছে।

২০১৭-১৮ বৰ্ষত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক অলপতে নতুন দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ পৰা গ্ৰহণ কৰা হিবুয়ে কয়, ‘’ মই দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদকেৰে সন্মানিত হৈ অতি আহ্লাদিত অনুভৱ কৰিছো। আন্তৰিক অভিনন্দন অসংখ্য শুভেচ্ছা আৰু প্ৰাৰ্থনাই মোক অধিক কাম কৰাৰ শক্তি তথা প্ৰেৰণা দিয়ে।‘’

এতিয়ালৈকে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতি অতিক্ৰম কৰি অহা হিবুয়ে উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্ভগীয়া লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে অতি আগ্ৰহী। তেওঁ এই লোকসকলৰ বাবে আইনী সেৱাকে ধৰি স্বাস্থ্যসেৱা তথা শিক্ষাৰ সা-সুবিধাসমূহ যাতে এই অঞ্চলৰ পিছপৰা লোকসকলে লাভ কৰিব পাৰে তাৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এইটো নিসন্দেহে এক বিৰল সন্মান যে কোনোবা ব্যক্তিয়ে পুনৰ দ্বিতীয়বাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক লাভ কৰিছে।

বিশিষ্ট সেৱাৰ বাবে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি পদক তেওঁক ২০০৯-২০১০ চনত আগবঢ়োৱা হৈছিল। পূৰ্বতে হিবুৱে তেওঁৰ বিশেষ সেৱাৰ বাবে ২০১০ত আৰক্ষী পদক লাভ কৰাৰ উপৰি ২০০৩ আৰু ২০০৯ বৰ্ষত দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিছিল।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd