• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ লোকসংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘সমন্বয়, দা এথেনিক মিট’

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 8, 2018 9:35 pm

2 min read

উত্তৰ-পূবৰ লোকসংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘সমন্বয়, দা এথেনিক মিট’
336
VIEWS
Share on FacebookShare on Twitter

নৰ্থ ইষ্ট ইণ্ডিয়া ফ’কল’ৰ কালচাৰেল ভাইবছে খানাপাৰাৰ গণেশ মন্দিৰ খেলপথাৰত অহা ১৯-২৩ এপ্ৰিললৈ ৫ দিনীয়া কাৰ্য্যসূচীৰে ‘সমন্বয়, দা এথেনিক মিট’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে।

সেই উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সংস্থাটোৰ সভানেত্ৰী শাশ্বতী বৰদলৈয়ে কয় যে উত্তৰ-পূবৰ সকলো জাতি-জনজাতিৰ ভিন্ন পৰম্পৰা তথা লোকসংস্কৃতিক একত্ৰিত কৰি বিশ্ব দৰবাৰত ডাঙি ধৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে।

উত্তৰ-পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ, ভাৰতীয় সাংস্কৃতিক সমন্ধ পৰিষদৰ সমৰ্থনত এন ই আই এফ এ চি ভিয়ে আয়োজন কৰা উক্ত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহে নিজৰ হস্তনিৰ্মিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা লগতে বিক্ৰীও কৰিব পাৰিব।

আনহাতে অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ২২ এপ্ৰিলত লোকসংস্কৃতিৰ ওপৰত এখন গৱেষণামূলক আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

এই আলোচনা চক্ৰত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল বড়ো আৰু ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মূৰব্বী অধ্যাপক ৰবীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকিব বুলি সংবাদমেলত শাশ্বতী বৰদলৈয়ে  জানিবলৈ দিয়ে।

ইয়াৰোপৰি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালি, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত লোকনৃত্য, লোকগীত, লোক-সাজপাৰ প্ৰদৰ্শন, লোক আভৰণ, লোকখাদ্য ইত্যাদিৰো সমাহাৰ ঘটিব বুলি তেওঁ জানিবলৈ দিয়ে।

সংবাদ মেলৰ শেষত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত শাশ্বতীয়ে জনাই যে সাংস্কৃতিক-পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অনুষ্ঠানটোত অসমৰ লগতে মেঘালয়, ছিকিম, মিজোৰাম আৰু অৰুণাচলৰ পৰা অহা বিভিন্ন পৰম্পৰাগত সামগ্ৰী আৰু খাদ্যৰ বিপনীয়ে অংশগ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd