• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নিৰাপত্তাজনিত পৰিস্থিতি এতিয়া যথেষ্ট ভাল : কেন্দ্ৰীয় গৃহ মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 29, 2017 9:26 pm

1 min read

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নিৰাপত্তাজনিত পৰিস্থিতি এতিয়া যথেষ্ট ভাল : কেন্দ্ৰীয় গৃহ মন্ত্ৰী
113
VIEWS
Share on FacebookShare on Twitter

বাওঁ সন্ত্ৰাসৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যবোৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্য্যালোচনাৰ এখন বৈঠকত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত নিৰাপত্তাৰ পৰিস্থিতি এতিয়া যথেষ্ট ভাল অৱস্থাত আছে। উল্লেখযোগ্য যে আজি বাওঁ সন্ত্ৰাস (মাওবাদ) জৰ্জৰিত ৰাজ্যকেইখন, জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখন আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্য্যালোচনাৰ বাবে এই সভাখন অনুষ্ঠিত কৰা হৈছিল আৰু তাত গৃহ মন্ত্ৰীজনে সভাপতিত্ব কৰিছিল। ‘বাওঁ সন্ত্ৰাসবাদ থকা ৰাজ্যকেইখন আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ সামগ্ৰিক নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হৈছে।’ তেওঁ কয়।

গৃহ মন্ত্ৰীজনে লগতে কয় যে সমগ্ৰ দেশতে সামগ্ৰিক নিৰাপত্তাৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

তেওঁ কয়, ‘বাওঁ সন্ত্ৰাসবাদজনিত পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু এইটো সম্ভৱ হৈছে নিৰাপত্তা বাহিনীবোৰৰ কঠোৰ শ্ৰমৰ বাবে আৰু লগতে কেন্দ্ৰ তথা ৰাজ্য উভয়ে লোৱা উন্নয়নমূলক কামৰ বাবে। এতিয়া বিকাশক আগত ৰাখি কাম আগ বাঢ়ি যাব লাগিব।’

বৈঠকত উত্তৰ-পূব, জম্মু আৰু কাশ্মীৰ (বিশেষকৈ লাডাখ অঞ্চল) আৰু লক্ষদ্বীপৰ যোগাযোগৰ দিশত আন্তঃগাঁথনিৰ বিষয়েও আলোচনা কৰা হৈছিল। লগতে জম্মু আৰু কাশ্মীৰৰ শৈক্ষিক আন্তঃগাঁথনিৰ বিষয়েও আলোচনা কৰা হয়।

Recent News

Kaliabor

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd