• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদং খালে অগপৰ দুমুখীয়া চৰিত্ৰ : নাগৰিকত্ব বিধেয়কৰ বিষয়ে কেবিনেট বৈঠকত টু শব্দও নকৰিলে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 7:12 pm
AtulBora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ বাহিৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত সৰৱ হৈ অহা বিজেপিৰ মিত্ৰদল তথা চৰকাৰৰ অংশীদাৰ দল অগপৰ স্বৰূপ আজি উদং খালে কেবিনেট বৈঠকৰ সময়ত।

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পূৰ্বে কালি এখন সংবাদমেলত অগপ দলৰ প্ৰতিনিধিসকলে সাংবাদিকৰ আগত কৈছিল যে তেওঁলোকে কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো উত্থাপন কৰিব আৰু মেঘালয়ৰ দৰে এটা সিদ্ধান্ত লোৱাৰ দাবী কৰিব । কিন্তু আজি মূৰকত দেখা গ’ল দলটোৰ প্ৰতিনিধিসকলে বিষয়টোত মূৰ পোলোকা মৰাৰ লগতে কেবিনেট বৈঠকত এই বিষয়ে টু শব্দ এটাও নক’লে।

Apply Now

দলটোৰ এই দুমুখীয়া চৰিত্ৰক লৈ আজি বিভিন্নজনে সমালোচনা কৰাৰ লগতে অসমৰ ৰাইজৰ দলটোৰ প্ৰতি মোহভংগ হোৱাৰ দৰে হৈছে। বৈঠকত উপস্থিত থকা দলটোৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, দলৰ কাৰ্য্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি বিধেয়কখনৰ প্ৰসংগ গুৰুত্বসহ উত্থাপন কৰিব বুলি সকলোৱে আশা কৰি আছিল। কিয়নো অগপ দলে বাহিৰত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অহাৰ লগতে এই বিধেয়ক বাতিল নকৰিলে মিত্ৰতা ভংগ কৰাৰ হুংকাৰ দি আহিছে। কেৱল সেয়াই নহয়, দলটোৰ নেতাসকলে, মেঘালয় চৰকাৰৰ উদাহৰণেৰে বিষয়টো আলোচনা কৰিবলৈ কেবিনেট বৈঠক দাবী কৰি আহিছিল।

কিন্তু ৰাইজৰ আৱেগ জয় কৰিবৰ বাবে বিষয়টোত ৰাইজৰ পক্ষত থকা দেখুৱাই বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী, গণস্বাক্ষৰ অভিযান চলোৱাৰ পিছতো, কেবিনেট বৈঠকত মুখ বন্ধ ৰখাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

আনহাতে বিজেপিৰ নেতা তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক জনোৱামতে মুখ্য মন্ত্ৰী সোণোৱালে অগপৰ মন্ত্ৰীসকলক এই বিষয়টো উত্থাপন নকৰিবলৈ আগতীয়াকৈ অনুৰোধ জনাইছিল।

ইফালে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰায়ো সংবাদ মাধ্যমক কোৱামতে, মুখ্য মন্ত্ৰীয়ে অগপৰ মন্ত্ৰীকেইজনক আশ্বাস দিছে যে চৰকাৰে অসমীয়া ৰাইজৰ ক্ষতি হ’ব পৰা একো পদক্ষেপ নলয়। সেয়ে তেওঁলোকে বৈঠকৰ সময়ত এই বিষয়টো নুলিয়ালে।

অসমত চাৰিওফালে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত জনসাধাৰণে মূল্যৱান সময় আৰু শ্ৰম বলিদান দি থকাৰ সময়ত অগপ দলটোৰ এই দুমুখীয়া স্থিতিয়ে ৰাজ্যজুৰি আজি ক্ষোভৰ সৃষ্টি কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াতো দলটোক সমালোচনা-বিদ্ৰূপেৰে থকা-সৰকা কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd