DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্নয়ন!! বঙাইগাঁৱৰ কোকিলাত মাত্ৰ ১৫ কিঃমিঃ দূৰত্বত আছে সাতখনকৈ জৰাজীৰ্ণ কাঠৰ দলং

ইয়াছিন আলী by ইয়াছিন আলী
July 25, 2018 11:46 am
Photo Editor-20180725_100108

প্ৰতিনিধিত্বমূলক চিত্ৰ

95
VIEWS
Share on FacebookShare on Twitter

গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিল যে আগন্তুক দুই বছৰৰ ভিতৰত অসমৰ কোনো ঠাইতে কোনো ধৰণৰ জৰাজীৰ্ণ কাঠৰ দলং নাথাকিব। মন্ত্ৰীগৰাকীৰ এই মন্তব্যই উৎফুল্লিত কৰি তুলিছিল বঙাইগাঁও জিলাৰ মানিকপুৰ আৰু কোকিলা অঞ্চলৰ লোকসকলক।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কোকিলাৰ পৰা মানিকপুৰলৈ যোৱা মাত্ৰ ১৫ কিলোমিটাৰ দূৰত্বৰ গড়কাপ্তানী পথটোত আছে সাতখনকৈ বিপদজনক কাঠৰ দলং। আৰু এই বিপদজনক দলং কেইখনৰে সদায় অহা-যোৱা কৰে হাজাৰ হাজাৰ পথচাৰীৰ লগতে ১০-১২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

কোকিলাৰ পৰা মানিকপুৰৰ এই ১৫ কিঃমিঃ দূৰত্বৰ গড়কাপ্তানী পথত থকা কাঠৰ দলংকেইখন ক্ৰমে চকিহালী বজাৰৰ পশ্চিম ফালে শিসুতল, চকিহালী-বগুলামাৰী কাঠৰ দলং, মৌখোৱা-বগুলামাৰীৰ মাজত, বেছিমাৰী বজাৰ সংলগ্ন কাঠৰ দলং, চান্দামাৰী কাঠৰ দলং, ঝাউবাৰী-শৌলমাৰী সংযোগী কাঠৰ দলং, (মানিকপুৰ) বৰবিলা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাঠৰ দলং।

উল্লেখিত কাঠৰ দলং কেইখন ক্ৰমান্বয়ে যাতায়াতৰ বাবে অনুপযোগী হৈ অহা পৰিলক্ষিত হৈছে। সেয়ে উক্ত অঞ্চলৰ স্থানীয় লোকসকলে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ জনতাৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে অতি শীঘ্ৰে কাঠৰ দলং কেইখন পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাইছে।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd