• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ ত্ৰিপুৰাত বিজেপি কৰ্মীক গুলীয়াই হত্যা

NE NOW NEWS
, November 30, 2017 12:56 pm

1 min read

এইবাৰ ত্ৰিপুৰাত বিজেপি কৰ্মীক গুলীয়াই হত্যা
87
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ খোৱাই জিলা বগমা মণ্ডল সমিতিৰ অধীনৰ আঠাৰোভোলা ৰাইপাৰা বুথ সমিতিৰ এগৰাকী বিজেপি কৰ্মী গৌহৰ হৰি মলসুমক আজি পুৱাই অচিনাকী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। বিজেপি কৰ্মীগৰাকীক হত্যা কৰাৰ পিছতে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিয়ে ত্ৰিপুৰাত লাল সন্ত্ৰাস চলা বুলি অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এগৰাকী বিজেপি কৰ্মীৰ হত্যাকাণ্ডই ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

যোৱা ২১ নৱেম্বৰত ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটলিয়নৰ কমাণ্ডেন্টে মাতি নি সাংবাদিক সুদীপ দত্ত ভৌমিকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্টেম্বৰত আন এগৰাকী সাংবাদিক শান্তনু ভৌমিকক প্ৰতিবাদথলীত এদল উন্মত্ত লোকে মৰিয়াই হত্যা কৰিছিল।

সাংবাদিক হত্যাৰ প্ৰতিবাদত ৰাজ্যিক বিজেপিয়ে ২৩ নৱেম্বৰত ত্ৰিপুৰা বন্ধৰ আহ্বান দিছিল। উক্ত বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যখনতে পৰিছিল। বিজেপি কৰ্মীসকলে চৰকাৰী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু দলীয় পতাকা হাতে হাতে লৈ ৰাজপথ উত্তাল কৰি তুলিছিল। বিজেপিয়ে আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ পদত্যাগ দাবী কৰি আহিছে।

এতিয়া নিৰ্বাচনলৈ কিছুদিন থকাৰ মাজতে এটাৰ পিছত এটাকৈ সংঘটিত হত্যাকাণ্ডই ত্ৰিপুৰাৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd