• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একাডেমী অব্ খোলবাদ্যৰ উদ্যোগত বৰপেটাত হোলী ঢোল বাদ্যৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 19, 2018 9:36 pm

1 min read

একাডেমী অব্ খোলবাদ্য
205
VIEWS
Share on FacebookShare on Twitter

একাডেমী অব্ খোলবাদ্যৰ উদ্যোগত আৰু ক্লাব ৰাইনোৰ সহযোগত কাইলৈৰ পৰা বৰপেটাত হোলী ঢোল বাদ্যৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব। এই উপলক্ষত কাইলৈ বিয়লি তিনি বজাত বৰপেটা চহৰৰ ক্লাব ৰাইনোত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

একাডেমী অব্ খোলবাদ্যৰ মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে জানিবলৈ দিয়া মতে, এই প্ৰশিক্ষণ কাৰ্যসূচী বয়স অনুযায়ী দুটা শাখাত বিভক্ত কৰা হ’ব। ‘ক’ শাখাত ৬ বছৰৰ পৰা ১৫ বছৰলৈ আৰু ‘খ’ শাখাত ১৫ বছৰৰ পৰা ৫০ বছৰলৈকে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইতিমধ্যে দুয়োটা শাখাতে প্ৰায় ৭০ গৰাকী লোকে প্ৰশিক্ষণৰ বাবে নামভৰ্তি কৰা বুলি জানিবলৈ দি মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে ইচ্ছুক প্ৰতিযোগীসকলক ৯৯৫৭৪৯৩৮৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আবেদন জনাইছে ।

Recent News

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd