DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

একেটা নিশাতে আমগুৰিত ঘটিল দুটাকৈ দুৰ্ঘটনা : এজন নিহত

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
February 15, 2018 9:12 pm
দুৰ্ঘটনা
73
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা আমগুৰিত দুটাকৈ পৃথক দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় হালোৱটিঙত।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা হালোৱাটিং আৰক্ষী চকীৰ অন্তৰ্গত চুতীয়া বস্তিত এখন জুৱেলাৰী, এখন চাইকেল দোকান আৰু এখন গেলামালৰ দোকান এক বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ যায়। শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আমগুৰি আৰু নাজিৰাৰ তিনিখনকৈ অগ্নিনিৰ্বাপক বহিনীৰ গাড়ীয়ে অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে এই অগ্নিকাণ্ডত প্ৰায় ৬ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

ইফালে শিৱসাগৰ জিলাৰ আমগুৰিৰ ১০ নং ৱাৰ্ডৰ নিবাসী বিজু বৰা (৩৭) নামৰ যুৱকজনৰ বুধবাৰে নিশা আমগুৰি ৰে’লৱে ষ্টেচনত এখন মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে বিজুৱে ৰে’ল পথটো অতিক্ৰম কৰিবলৈ লওঁতে দুৰ্ভাগ্যবশত মালবাহী ৰে’লখনে মহতিয়াই নিয়াত বিজুৰ ঘটনাস্থলীতে মৃত্যু হয়। ৰে’ল পথটো অতিক্ৰম কৰিবলৈ লওঁতে বিজুৰ স’তে তেওঁৰ পুত্ৰও ছিল যদিও সৌভাগ্যক্ৰমে শিশুটি দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। পিছত আমগুৰি ৰে’লৱে আৰক্ষীয়ে বিজুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Recent News

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd