• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এখন মনোৰম পৃথিৱীলৈ এখোজ’ : জিআইএমটিৰ দশম বাৰ্ষিক উৎসৱৰ সফল সামৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 9:34 am
building1 gimt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ গ্ৰুপ অৱ ইনষ্টিটিউট, আজাৰা, গুৱাহাটীৰ দশম বাৰ্ষিক উৎসৱ “ইউফিউজিম ২০১৮”ৰ যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে সফলভাৱে সামৰণি পৰে। ৫০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু দৰ্শকৰ অংশগ্ৰহণে উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল।

ইয়াত সৃষ্টি হৈছিল কাৰিকৰী,ব্যৱস্থাপনা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ শেহতীয়া তথ্য সমূহৰ আলোচনা আৰু ভাৱ বিনিময়ৰ এখন বিশাল মঞ্চ।

Apply Now

২০ জানুৱাৰীত অৰ্ধ মাৰাথনেৰে আৰম্ভণি হোৱা উৎসৱটোত ভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হোৱাৰ পিছত  ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।

এইবেলিকা অনুষ্ঠানৰ বিষয় “ইউন’য়া” হিচাপে সংগঠিত হয়, যাৰ অৰ্থ হ’ল এখন মনোৰম পৃথিৱীলৈ এখোজ। সুন্দৰ চিন্তা ধাৰা সৃষ্টিৰে এখন সুন্দৰ পৃথিৱী গঢ়াৰ লক্ষ্যৰে ফ্লেচ মোব, বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত দান বৰঙণি, সহায়ৰ হাত আগবঢ়োৱা হয়।

অনুষ্ঠানৰ সংগতি ৰাখি ভিন্ন খেল ধেমালিৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশ লয় ছাত্ৰ ছাত্ৰী সকলে। বিভিন্ন আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতা  যেনে ফটোগ্ৰাফী, ৰব’টিক্স, কম্পিউটাৰ গেম, তৰ্ক, কুইজ(কুইজাৰ্ড), গান(সুৰযাত্ৰা), নৃত্য( কেভ’চিষ্ট’), নাটক, হস্তকলা ইত্যাদি অনুষ্ঠিত হয়।

১৪ ফেব্ৰুৱাৰীত অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আৰু লগতে উপস্থিত থাকে বহুতো গণ্য মান্য ব্যক্তি । ভাষণত মুখ্য অতিথি নিতুমণি শইকীয়াই তেওঁৰ ছাত্ৰ জীৱনৰ সুমধুৰ স্মৃতিবোৰৰ কথা সুঁৱৰি সকলোকে সপোনবোৰ বাস্তৱায়িত কৰিবলৈ উৎসাহ যোগায় আৰু কয় যে বিদ্যায়তনিক দিশৰ বাহিৰে আন দিশবোৰতো ছাত্ৰ ছাত্ৰীসকল সক্ৰিয় হ’ব লাগে।

১৫ ফেব্ৰুৱাৰীৰ আকৰ্ষণ আছিল “Glitters” যি অতি মুগ্ধকাৰী আৰু নিজৰ ব্যক্তিত্ব প্ৰকাশৰ এখন সুন্দৰ মঞ্চ । তাৰ পিছতেই সাংস্কৃতিক নিশা জীপাল কৰি তোলে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ধীৰাজে আৰু তেওঁৰ সুমধুৰ কণ্ঠই সকলোকে মুগ্ধ কৰি ৰাখে।

১৬ ফেব্ৰুৱাৰীৰ নিশা সামৰণি অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ মহাদেৱনে জীপাল কৰি তোলে গিৰিজানন্দৰ চৌহদ । ৫০০০তকৈও অধিক দৰ্শকে উপভোগ কৰে তেওঁৰ সুমধুৰ কণ্ঠ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd